গুৱাহাটী, 6 আগষ্ট : এন আৰ চিৰ শুনানিৰ নামত অভাৱনীয় হাৰাশাস্তি আৰু অযুক্তিকৰ পুনৰীক্ষণ বন্ধৰ দাবীৰে চিপিআই এমৰ এন আৰ চি কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৷ এন আৰ চিক লৈ বৰ্তমান সকলোতে চলি আছে প্ৰতিবাদ আৰু সমালোচনা ৷ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত হ'বলৈ যোৱা এন আৰ চিৰ নামত সাধাৰণ জনতাক হাৰাশাস্তি কৰাৰ অভিযোগ আনিছে ভাৰতৰ কমিউনিষ্ট পাৰ্টি(এম)য়ে ৷ এন আৰ চি কৰ্তৃপক্ষই হঠাতে হাজাৰ হাজাৰ পৰিয়ালক জাননী জাৰি কৰিছে ৷ যাৰ ফলত হাজাৰ হাজাৰ পৰিয়ালে 400 কিলোমিটাৰ দুৰত্বত গৈ শুনানি শুনিব লগীয়া অৱস্থাত পৰিছে। উল্লেখযোগ্য নামনি অসমৰ বহুতো মানুহ শুনানিৰ বাবে যাব লগা হৈছে উজনি অসমলৈ ৷ অসমৰ জনসংখ্যা অনুপাতে ব্যৱস্থা কৰা হোৱা নাই পৰ্যাপ্ত শুনানি কেন্দ্ৰ ৷ ফলত বানপানীৰ পিছত আৰ্থিক ভাৱে দুৰ্বল এই লোকসকলে এন আৰ চিৰ শুনানিৰ নামত ভোগ কৰিছে হাৰাশাস্তি ৷ এন আৰ চি কৰ্তৃপক্ষৰ কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি এন আৰ চি কাৰ্যলয়ৰ সন্মুখত ধৰ্ণাত বহে দলটোৰ কৰ্মকৰ্তাসকল ৷ লগতে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক এই সন্দৰ্ভত এখন স্মাৰক পত্ৰও প্ৰদান কৰে চি পি আই এমে।
এন আৰ চি কাৰ্যালয়ত চিপিআই(এম)ৰ প্ৰতিবাদ - ধৰ্ণা
এন আৰ চিৰ শুনানিৰ নামত অভাৱনীয় হাৰাশাস্তি আৰু অযুক্তিকৰ পুনৰীক্ষণ বন্ধৰ দাবীৰে চিপিআই এমৰ এন আৰ চি কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী
গুৱাহাটী, 6 আগষ্ট : এন আৰ চিৰ শুনানিৰ নামত অভাৱনীয় হাৰাশাস্তি আৰু অযুক্তিকৰ পুনৰীক্ষণ বন্ধৰ দাবীৰে চিপিআই এমৰ এন আৰ চি কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৷ এন আৰ চিক লৈ বৰ্তমান সকলোতে চলি আছে প্ৰতিবাদ আৰু সমালোচনা ৷ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত হ'বলৈ যোৱা এন আৰ চিৰ নামত সাধাৰণ জনতাক হাৰাশাস্তি কৰাৰ অভিযোগ আনিছে ভাৰতৰ কমিউনিষ্ট পাৰ্টি(এম)য়ে ৷ এন আৰ চি কৰ্তৃপক্ষই হঠাতে হাজাৰ হাজাৰ পৰিয়ালক জাননী জাৰি কৰিছে ৷ যাৰ ফলত হাজাৰ হাজাৰ পৰিয়ালে 400 কিলোমিটাৰ দুৰত্বত গৈ শুনানি শুনিব লগীয়া অৱস্থাত পৰিছে। উল্লেখযোগ্য নামনি অসমৰ বহুতো মানুহ শুনানিৰ বাবে যাব লগা হৈছে উজনি অসমলৈ ৷ অসমৰ জনসংখ্যা অনুপাতে ব্যৱস্থা কৰা হোৱা নাই পৰ্যাপ্ত শুনানি কেন্দ্ৰ ৷ ফলত বানপানীৰ পিছত আৰ্থিক ভাৱে দুৰ্বল এই লোকসকলে এন আৰ চিৰ শুনানিৰ নামত ভোগ কৰিছে হাৰাশাস্তি ৷ এন আৰ চি কৰ্তৃপক্ষৰ কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি এন আৰ চি কাৰ্যলয়ৰ সন্মুখত ধৰ্ণাত বহে দলটোৰ কৰ্মকৰ্তাসকল ৷ লগতে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক এই সন্দৰ্ভত এখন স্মাৰক পত্ৰও প্ৰদান কৰে চি পি আই এমে।
এন আৰ চিৰ শুনানিৰ নামত অভাৱনীয় হাৰাশাস্তি প্ৰতিবাদ আৰু অযুক্তিকৰ পুনৰীক্ষণ বন্ধৰ দাবীৰে চি পি আই এমৰ এন আৰ চি অফিচত ধৰ্ণা কাৰ্যসূচী।
Body:NRC লৈ সকলোতে এতিয়া প্ৰতিবাদ আৰু সমালোচনা। খিলঞ্জীয়া মানুহৰ স্বাৰ্থত হবলৈ যোৱা NRC ৰ নামত সাধাৰণ জনতাক হাৰাশাস্তি কৰাৰ অভিযোগ আনিছে ভাৰতৰ কমিউনিষ্ট পাৰ্টিয়ে(M)। NRC কৰ্তৃপক্ষই হঠাতে হাজাৰ হাজাৰ পৰিয়ালক শুনানি জাৰি কৰিছে।যাৰ ফলত হাজাৰ হাজাৰ পৰিয়ালে 400 কিলোমিটাৰ দূৰত্বত গৈ শুনানি শুনিব লগীয়া অৱস্থাত পৰিছে। বানপানীৰ পিছত আৰ্থিক ভাৱে দুৰ্বল এই লোক সকলে NRC শুনানিৰ নামত ভোগ কৰিছে এতিয়া হাৰাশাস্তি যাৰ ফলত আজি এনেদৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ ধৰ্ণা কৰে ভাৰতৰ কমিউনিষ্ট পাৰ্টিয়ে (M)।Conclusion: প্ৰতিবাদৰ পিছত এন আৰ চি ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক ষ্মাৰক পত্ৰ প্ৰদান CPI(M) য়ে।