ETV Bharat / state

ৰাজ্যত কৰ’ণাত মৃত্যুৰ সংখ্যা বৃদ্ধি 826 গৰাকীলৈ

মঙলবাৰৰ দিনটোলৈকে ৰাজ্যত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে 1,95,304 গৰাকী ব্যক্তি ৷ ইয়াৰ বিপৰীতে মৃত্যুবৰণ কৰিছে 826 গৰাকীয়ে ৷ আক্ৰান্তসকলৰ ভিতৰত 1,64,579 গৰাকী ব্যক্তিয়ে ভাইৰাছবিধৰ পৰা আৰোগ্য লাভ কৰে ৷

Covid 19 update assam etv bharat news
কৰ’ণা ভাইৰাছ
author img

By

Published : Oct 13, 2020, 8:09 AM IST

Updated : Oct 13, 2020, 9:49 AM IST

নিউজ ডেক্স,13 অক্টোবৰ: ৰাজ্যত ক্ৰমাৎ সুস্থিৰ দিশলৈ আগবাঢ়িছে কৰ’ণাৰ সংক্ৰমণ ৷ হ্ৰাস হৈছে ক’ভিড 19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ মঙলবাৰৰ দিনটোলৈকে ৰাজ্যত কৰ’ণাত আক্ৰান্ত হৈছে 1,95,304 গৰাকী ব্যক্তি ৷ ইয়াৰ বিপৰীতে মৃত্যুবৰণ কৰিছে 826 গৰাকীয়ে ৷ আক্ৰান্তসকলৰ ভিতৰত 1,64,579 গৰাকী ব্যক্তিয়ে ভাইৰাছবিধৰ পৰা আৰোগ্য লাভ কৰে ৷

  • 📌Alert ~ In what shall we treat as a better outcome, I am glad to share that we carried out one lakh plus (107900) tests and only 1521 cases detected, taking the positivity rate further down to 1.41%

    Kudos👏

    ↗️Total cases 195304
    ↗️Recovered 164579

    8:45 PM,Oct 12 #AssamCares pic.twitter.com/GJRpRFw3Ag

    — Himanta Biswa Sarma (@himantabiswa) October 12, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

সোমবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ 1,521 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে 10 গৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱায় ৷ উল্লেখনীয় যে, আক্ৰান্তৰ হাৰ হ্ৰাস হৈছে 1.41 শতাংশলৈ ৷ বিগত 24 ঘণ্টাত 1,07,900 গৰাকী ব্যক্তিৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা সম্পূৰ্ণ কৰা হৈছে ৷

লগতে চাওকঃ আইপিএল-2020ৰ পৰা বাহিৰ ঈশান্ত শৰ্মা

Last Updated : Oct 13, 2020, 9:49 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.