গুৱাহাটী, 19 জুন : মহানগৰীত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ দ্বিতীয় দীক্ষান্ত সমাৰোহ । বিশ্ববিদ্যালয়খনৰ পৰা চিকিৎসা, নাৰ্ছিং, দন্ত চিকিৎসা বিভাগৰ স্নাতক পৰীক্ষাত উত্তীৰ্ণসকলক আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰা হয় । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপিকা ডেকাৰ লগতে বিশ্ববিদ্যালয়খনৰ অধ্যাপক-অধ্যপিকাসকল ।
শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ দ্বিতীয় দীক্ষান্ত সমাৰোহ
শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ত দীক্ষান্ত সমাৰোহ ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আড়ম্বৰপূৰ্ণভাৱে আয়োজন সমাৰোহৰ ৷
গুৱাহাটী, 19 জুন : মহানগৰীত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ দ্বিতীয় দীক্ষান্ত সমাৰোহ । বিশ্ববিদ্যালয়খনৰ পৰা চিকিৎসা, নাৰ্ছিং, দন্ত চিকিৎসা বিভাগৰ স্নাতক পৰীক্ষাত উত্তীৰ্ণসকলক আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰা হয় । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপিকা ডেকাৰ লগতে বিশ্ববিদ্যালয়খনৰ অধ্যাপক-অধ্যপিকাসকল ।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপিকা ডেকা লগতে বিশ্ববিদ্যালয় খনৰ অধ্যপক অধ্যপিকা আৰু ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে ।
Body:মহানগৰীত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ দ্বিতীয় সমাৱৰ্তন অনুষ্ঠান । বিশ্ববিদ্যালয়ৰ পৰা অধ্যয়নত চিকিৎসা , নাৰ্ছিং , দন্ত চিকিৎসা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰা ছাত্ৰ ছাত্ৰী সমাৱৰ্তন জনোৱা হয় ।

Conclusion: