ETV Bharat / state

পুনৰ চৰ্চাত শিলাদিত্য! কিন্তু কিয়? - Controversial comment made by MLA Siladitya

বাংলাদেশ আৰু ভাৰতত দুৰ্গাৰ প্ৰতিমা ভঙাক লৈ বিধায়ক শিলাদিত্যৰ বিস্ফোৰক মন্তব্য । বাংলাদেশী মুছলমানক সাৱধান হবলৈ আহ্বান । চাওক তলৰ ভিডিঅ'ত

কি কয় শিলাদিত্যাই !
author img

By

Published : Oct 10, 2019, 7:05 PM IST

গুৱাহাটী, 10অক্টোবৰঃ বাংলাদেশ আৰু ভাৰতত দুর্গাৰ প্ৰতিমা ভঙাক লৈ বিধায়ক শিলাদিত্যৰ বিস্ফোৰক মন্তব্য । বাংলাদেশী মুছলমানক সাৱধান হবলৈ আহ্বান বিধায়কগৰাকীৰ । হিন্দুৰ ওপৰত অতীজৰ পৰাই অত্যাচাৰ চলাই অহাৰো অভিযোগ। সম্পূৰ্ণ সৱিশেষ তলৰ ভিডিঅ'ত..

Intro:বাংলাদেশ আৰু ভাৰতত দুৰ্বিত্যই দূর্গাৰ প্ৰতিমা ভঙাক লৈ বিধায়ক শিলাদিত্যৰ বিস্ফোৰক মন্তব্য । বাংলাদেশী মুছলমানক সাৱধান হবলৈ আহ্বান । হিন্দুৰ ওপৰত অতীজৰ পৰাই অত্যাচাৰ চলাই আহিছে ।

Body:আৰু অত্যাচাৰ সহি থকা নহব । আজান দিওঁতে দুৰ্গা পূজাৰ সময়ত ঢাক ঢোল বন্ধ কৰি সন্মান দিয়া হৈছিল আজানক । কিন্তু তাৰ বিপৰীতে একাংশ লোকে দূর্গাৰ প্ৰতিমা ভাঙি চুৰ্মাৰ কৰিলে ।

Conclusion:লগতে সংখ্যালঘু নেতা আব্দুল ৱাহিড ওৱাইছি কওঁ সকীয়নী বিধায়ক শিলাদিত্যৰ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.