ETV Bharat / state

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৩৬টা সমষ্টিত কংগ্ৰেছৰ জয় নিশ্চিত: গৌৰৱ বল্লভ - ৪৭টা বিধানসভা সমষ্টি

সোমবাৰে গুৱাহাটীত এখন সংবাদমেলত ভাগ লৈ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ অধ্যাপক গৌৰৱ বল্লভে কয় ৰাজ্যৰ ৪৭ টা বিধানসভা সমষ্টিত ২৭ মাৰ্চত হৈ যোৱা প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণত কংগ্ৰেছে ৩৬ খনতকৈ কম আসন লাভ নকৰে ৷

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৩৬টা সমষ্টিত কংগ্ৰেছৰ জয় নিশ্চিত: গৌৰৱ বল্লভ

author img

By

Published : Mar 29, 2021, 5:11 PM IST

গুৱাহাটী,২৯ মাৰ্চ: ৰাজ্যৰ ৪৭টা বিধানসভা সমষ্টিত ২৭ মাৰ্চত হৈ যোৱা প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণত কংগ্ৰেছে ৩৬ খনতকৈ কম আসন লাভ নকৰে, এই দাবী কংগ্ৰেছ দলৰ । সোমবাৰে গুৱাহাটীত এখন সংবাদমেলত ভাগ লৈ এইদৰে মন্তব্য কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ অধ্যাপক গৌৰৱ বল্লভে ।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৩৬টা সমষ্টিত কংগ্ৰেছৰ জয় নিশ্চিত: গৌৰৱ বল্লভ
লগতে মুখপাত্ৰ গৰাকীয়ে কয়, প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছত বিজেপিয়ে যিধৰণৰ কামকাজ কৰিবলৈ আৰম্ভ কৰিছে সিয়ে দলটোৰ হতাশগ্ৰস্ততাক প্ৰতিফলিত কৰিছে ৷ শেহতীয়াকৈ বাতৰি কাকতত বিজ্ঞাপন দি জনতাক বিভ্ৰান্ত কৰাৰ চেষ্টা চলোৱা হৈছে । গতিকে ৰাজ্যত বিজেপিৰ ফাকিবাজী বহুত চলিল কিন্তু আৰু নচলিব ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কোনো অসুবিধা নোহোৱাকৈ ৩৬খন আসন লাভ কৰাটো নিশ্চিত ৷লগতে পঢ়ক: আবিৰৰ ৰঙত মতলীয়া সত্ৰনগৰী বৰপেটা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.