ETV Bharat / state

প্ৰতিবাদৰ মাজতে কংগ্ৰেছত যোগদান শতাধিক লোকৰ - congress party joining at guwahati

হৰিশ ৰাৱত, তৰুণ গগৈ, ভূমিধৰ বৰ্মন, ৰিপুন বৰা আৰু কংগ্ৰেছ দলৰ আন আন বিধায়কৰ উপস্থিতিত শুকুৰবাৰে ৰাজীৱ ভৱনত যোগদান কৰে শতাধিক লোকে

গুৱাহাটী
প্ৰতিবাদৰ মাজতে কংগ্ৰেছত যোগদান শতাধিক লোকৰ
author img

By

Published : Dec 21, 2019, 3:43 AM IST

গুৱাহাটী, 20 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ পিছত দেশৰ অৱস্থা অস্থিৰ হৈ থকাৰ মাজতে কংগ্ৰেছ দলত যোগদানৰ বাবে ওলাই আহিছে জনতা । পূৰ্বতে বিজেপি দলৰ প্ৰতি থকা আস্থা হেৰুৱা বহু লোক আৰু বিজেপি দলৰ প্ৰতি মোহভংগ হৈ বিজেপি ত্যাগ কৰা লোকে দলে বলে যোগদান কৰিছে কংগ্ৰেছ দলত । হৰিশ ৰাৱত, তৰুণ গগৈ, ভূমিধৰ বৰ্মন, ৰিপুন বৰা আৰু দলৰ আন আন বিধায়কৰ উপস্থিতিত শুকুৰবাৰে ৰাজীৱ ভৱনত যোগদান কৰে শতাধিক লোকে । বিভিন্ন সংগঠন, উকীল লগতে চৰকাৰী কৰ্মচাৰীয়েও যোগদান কৰে কংগ্ৰেছ দলত ।

প্ৰতিবাদৰ মাজতে কংগ্ৰেছত যোগদান শতাধিক লোকৰ

আৰু পঢ়কঃ ধেমাজি জীয়াঢলত দুৰ্ঘটনা, নিহত 1

Intro:নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ পিছত দেশৰ অৱস্থা অস্থিৰ হৈ থকাৰ মাজত কংগ্ৰেছ দলত যোগদানৰ বাবে ওলাই আহিছে জনতা। পূৰ্বতে দল তোৰ প্ৰতি আস্থা হেৰুৱা বহু লোক আৰু বিজেপি দলৰ প্ৰতি মোহভংগ হৈ বিজেপি ত্যাগ কৰা লোকে দলে বলে যোগদান কৰিছে কংগ্ৰেছ দলত। হৰিশ ৰাৱত , তৰুণ গগৈ , ভূমিধৰ বৰ্মন , ৰিপুন বৰা আৰু দলৰ আন আন বিধায়কৰ উপস্থিতিত শুকুৰবাৰে ৰাজীৱ ভৱনত যোগদান কৰে শতাধিক লোকে। বিভিন্ন সংগঠন, উকীল লগতে চৰকাৰী কৰ্মচাৰীয়েও যোগদান কৰে কংগ্ৰেছ দলত দলৰ জেষ্ঠ নেতা সকলৰ উপস্থিতিত ।

Body:হৰিশ ৰাৱত , তৰুণ গগৈ , ভূমিধৰ বৰ্মন , ৰিপুন বৰা আৰু দলৰ আন আন বিধায়কৰ উপস্থিতিত শুকুৰবাৰে ৰাজীৱ ভৱনত যোগদান কৰে শতাধিক লোকে। বিভিন্ন সংগঠন, উকীল লগতে চৰকাৰী কৰ্মচাৰীয়েও যোগদান কৰে কংগ্ৰেছ দলত দলৰ জেষ্ঠ নেতা সকলৰ উপস্থিতিত । মঙলদৈৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ভয়লিনা কাশ্যপ কংগ্ৰেছ দলত যোগদান কৰাৰ পিছত ব্যক্ত কৰিলে মনৰ অনুভৱ ।
bite:- ভয়লিনা কাশ্যপ।
বিজেপি দলৰ পৰা একো নোপোৱাৰ পিছত লগতে নাগৰিকত্ব সংশোধনী আইনৰ পিছতে সিধান্ত ললে চৰকাৰী চিকিৎসক গৰাকীয়ে।

Conclusion:এতিয়া প্ৰশ্ন হয় কংগ্ৰেছ দলৰ এয়া উত্থানৰ সময় নে?যি কংগ্ৰেছ দলে 15 বছৰ শাসনত থকাৰ পিছত জনতাৰ বিশ্বাসক ভংগ কৰিছিল সেই বিশ্বাস আকৌ ঘূৰাই আনিবলৈ সক্ষম হব নে ...
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.