ETV Bharat / state

ৰাজ্যপালক সাক্ষাৎ কংগ্ৰেছ নেতৃবৰ্গৰ

author img

By

Published : Dec 19, 2019, 11:49 PM IST

বৃহস্পতিবাৰে ৰাজ্যপালক সাক্ষাৎ কৰে কংগ্ৰেছৰ নেতাসকলে,অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰে কংগ্ৰেছৰ দলটোৱে,ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ ৰাজ্যপালক সাক্ষাৎ কৰে দলটোৱে

ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ ৰাজ্যপালক সাক্ষাৎ কৰে দলটোৱে
ৰাজ্যপালক সাক্ষাৎ কংগ্ৰেছ নেতৃবৰ্গৰ

গুৱাহাটী,19 ডিচেম্বৰঃ বৃহস্পতিবাৰে ৰাজ্যপালক সাক্ষাৎ কৰে কংগ্ৰেছৰ নেতাসকলে ৷ ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ ৰাজ্যপালক সাক্ষাৎ কৰে দলটোৱে ৷ দলটোত আছিল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা হৰিশ ৰাৱাত প্ৰমুখ্যে আন আন দলীয় নেতা-কৰ্মী ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰে কংগ্ৰেছৰ দলটোৱে ৷

ৰাজ্যপালক সাক্ষাৎ কংগ্ৰেছ নেতৃবৰ্গৰ

সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলনে ৰাজ্যত হিংসাত্মক ৰূপ ধাৰণ কৰাত ৰাজ্যৰ পৰিস্থিতি শোচনীয় হৈ পৰিছে ৷ এই হিংসাত্মক ঘটনাৰ লগত কংগ্ৰেছৰ ছাত্র সংগঠন এন এছ ইউ আইৰ সদস্য জড়িত থকাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এই অভিযোগৰ পিছতে কংগ্ৰেছৰ এটা দলে ৰাজ্যপাল গৰাকীক সাক্ষাৎ কৰে ।

কংগ্ৰেছৰ নেতাসকলে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে যে,মন্ত্ৰী শৰ্মাই এক বিশেষ সম্প্ৰদায়ৰ এন এছ ইউ আইৰ সদস্যসকলক এই হিংসাত্মক ঘটনাৰ লগত জড়িত থকাৰ কথা উল্লেখ কৰি সমগ্ৰ আন্দোলনটো বিভাজিত কৰাৰ চেষ্টা কৰিছে । কংগ্ৰেছী নেতাসকলে ৰাজ্যপালক এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় ।

ৰিপুণ বৰাৰ নেতৃত্বত ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰে কংগ্ৰেছৰ দলটোৱে

লগতে চাওকঃঅখিল গগৈৰ গ্ৰেপ্তাৰ চৰকাৰৰ চৰম স্বৈৰাচাৰী নীতিঃআশ্ৰাফুল ইছলাম

ৰাজ্যপালক সাক্ষাত কৰিলে কংগ্ৰেছৰ নেতা সকলে

কংগ্ৰেছ নেতা ধৰিষ ৰাৱাত আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত ৰাজ্যপাল জগদীশ মুখীক সাক্ষাত কৰিলে কংগ্ৰেছৰ এটা দলে। ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ ৰাজ্যপালক সাক্ষাত কংগ্ৰেছ দলৰ। 

সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলন ৰাজ্যত হিংসাত্মক ৰূপ ধাৰণ কৰাত এই হিংসাত্মক ঘটনাৰ লগত কংগ্ৰেছ দলৰ ছাত্র সংগঠন এন এছ ইউ আইৰ সদস্য জড়িত থকাৰ গুৰুত্বৰ অভিযোগ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্থাপিত কৰাৰ পিছতে কংগ্ৰেছৰ এটা দলে আজি ৰাজ্যপাল জগদীশ মুখীক সাক্ষাত কৰে। ৰাজ্যপালক সাক্ষাত কৰি কংগ্ৰেছ দলৰ নেতা সকলে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বিশেষ সম্প্ৰদায়ৰ এন এছ ইউ আইৰ সদস্য সকলক এই হিংসাত্মক ঘটনাৰ লগত জড়িত কৰি সমগ্ৰ আন্দোলনটোক বিভাজন কৰাৰ চেষ্টা কৰিছে। কংগ্ৰেছ দলৰ নেতা সকলে ৰাজ্যপালক এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়। 

বাইট : কংগ্ৰেছ নেতা সকলে

Slug: Congress Governor
Feed sent through Live U
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.