ETV Bharat / state

বৰাকৰ ৰজা কংগ্ৰেছত প্ৰজা !!

author img

By

Published : Aug 11, 2019, 5:11 PM IST

দেওবাৰে হেঙেৰাবাৰী স্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে কংগ্ৰেছৰ কেইবাগৰাকীও নেতাই । যোগদান অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সভাপতি ৰঞ্জিত দাস আৰু সাংগঠনিক সম্পাদক ফণী শৰ্মা উপস্থিত থাকে ৷

বৰাকৰ ৰজা বিজেপিত প্ৰজা গৌতম ৰয়

গুৱাহাটী, 11 আগষ্টঃ বৰ্তমানো অব্যাহত আছে কংগ্ৰেছ এৰি বিজেপি যোগদান কাৰ্যসূচী ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ঘনিষ্ঠ তথা কংগ্ৰেছৰ শাসনকালত বিভিন্ন কেলেংকাৰীত নাম সাঙোৰ খোৱা বৰাকৰ ৰজাৰূপে খ্যাত গৌতম ৰয়ে ৷ লগতে যুৱ নেতা হিৰণ্য ভূঞা আৰু প্ৰাক্তন সাংসদ শান্তিয়াছ কুজুৰে যোগদান কৰে বিজেপিত ৷ দেওবাৰে হেঙেৰাবাৰীৰ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত আনুষ্ঠানিকভাৱে যোগদান কৰে কংগ্ৰেছৰ নেতা কেইগৰাকীয়ে । যোগদান অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সভাপতি ৰঞ্জিত দাস আৰু সাংগঠনিক সম্পাদক ফণী শৰ্মা উপস্থিত থাকে ।

উল্লেখ্য যে, প্ৰথমে ভুবেনেশ্বৰ কলিতা আৰু দুদিন পাচতে এই তিনিজন নেতাই বিজেপিত যোগদান কৰাত বৰ্তমান কংগ্ৰেছ দলত বৃহৎ খহনীয়াৰ সৃষ্টি হৈছে ৷

Intro:দেওবাৰে গেৰুৱা বস্ত্ৰ পিন্ধিলে বৰাকৰ ৰজা গৌতম ৰয়ে । লগতে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰে কংগ্ৰেছৰ যুৱ নেতা হিৰণ্য ভূঞা আৰু প্ৰাক্তন সাংসদ শান্তিয়াছ কুজুৰে ।

Body:বৰ্তমানো কংগ্ৰেছ এৰি বিজেপি গমনৰ ধুমুহা অব্যাহত । একালৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অতিকৈ ঘনিষ্ঠ তথা কংগ্ৰেছৰ দিনৰ বিভিন্ন কেলেংকাৰীত নাম সাঙোৰ খোৱা বৰাকৰ ৰজাৰূপে খ্যাত গৌতম ৰয় লগতে যুৱ নেতা হিৰণ্য ভূঞা আৰু প্ৰাক্তন সাংসদ শান্তিয়াছ কুজুৰে যোগদান কৰে বিজেপিত । দেওবাৰে হেঙেৰাবাৰীৰ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত আনুষ্ঠানিক ভাৱে যোগদান কংগ্ৰেছৰ নেতা কেইগৰাকীৰ । যোগদান অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সভাপতি ৰঞ্জিত দাস আৰু সাংগঠনিক সম্পাদক ফণী শৰ্মা উপস্থিত থাকে ।

Conclusion:প্ৰথমে ভুবেনেশ্বৰ কলিতা আৰু দুদিন পিছত এই তিনিজন নেতাৰ যোগদান কৰাত বৰ্তমান কংগ্ৰেছ দল বৃহৎ সহনীয়াৰ সৃষ্টি হৈছে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.