ETV Bharat / state

যোৰাবাটত জব্দ কয়লা ভৰ্তি ট্ৰাক - coal truck seized at jorabat

শনিবাৰে নিশা যোৰাবাট আৰক্ষীৰ বিশেষ অভিযানত আটক কৰা হয় এখন কয়লা ভৰ্তি ট্ৰাক ৷ কাৰ্বি আংলঙৰ গৰমপানীৰ পৰা গুৱাহাটীৰ বেলতলালৈ আহিছিল AS 01DD 5532 নম্বৰৰ কয়লা ভৰ্তি ট্ৰাকখন ৷

যোৰাবাটত কয়লা ভৰ্তি ট্ৰাক জব্দ
author img

By

Published : Oct 26, 2019, 1:30 PM IST

যোৰাবাট, 26 অক্টোবৰঃ ৰাজ্যত এতিয়াও অব্যাহত আছে চোৰাং গৰু আৰু অবৈধ কয়লা সৰবৰাহ ৷ শনিবাৰে নিশা যোৰাবাট আৰক্ষীৰ বিশেষ অভিযানত আটক কৰা হয় এখন কয়লা ভৰ্তি ট্ৰাক ৷ কাৰ্বি আংলঙৰ গৰমপানীৰ পৰা গুৱাহাটীৰ বেলতলালৈ আহিছিল AS 01DD 5532 নম্বৰৰ কয়লা ভৰ্তি ট্ৰাকখন ৷

যোৰাবাটত কয়লা ভৰ্তি ট্ৰাক জব্দ

উল্লেখ্য যে, গৰমপানীৰ পৰা গুৱাহাটী লৈ অহাৰ সময়তে অসম আৰক্ষীয়ে অবৈধ কয়লা ভৰ্তি ট্ৰাকৰ পৰা ধন সংগ্ৰহ কৰে । যান বাহন নিয়ম উলংঘা কৰি গুৱাহাটীলৈ অনা হয় অবৈধ কয়লা ৷ ইতিমধ্যে ট্ৰাকখনৰ চালকক আৰক্ষীয়ে আটক কৰিছে ৷ ঘটনা সন্দৰ্ভত যোৰাবাট আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷

Intro:যোৰাবাট আৰক্ষীৰ অভিযানত এখন অবৈধ কয়লা ভৰ্তি জব্দ

Body:ৰাজ্যত এতিয়াও অব্যাহত আছে চোৰাং গৰু আৰু অবৈধ কয়লা সৰবৰাহ। যোৰাবাট আৰক্ষীয়ে শনিবাৰে নিশা আৰক্ষী চকীৰ সমুখত চলোৱা এক বিশেষ অভিযানত এখন অবৈধ কয়লা ভৰ্তি জব্দ কৰে। AS 01 DD 5532 নং ট্ৰাক কাৰ্বি আংলংগ গৰমপানীৰ পৰা গুৱাহাটীৰ বেলতলা লৈ আছিল কয়লা ভৰ্তি ট্ৰাক।
গৰমপানীৰ পৰা গুৱাহাটী লৈ অহাৰ সময়ত অসম আৰক্ষীয়ে অবৈধ কয়লা ভৰ্তি ট্ৰাকৰ পৰা ধন সংগ্ৰহ কৰে । যান বাহন নিয়ম উলংঘা কৰি অবৈধ ভাবে কয়লা
গুৱাহাটীলৈ লৈ অনা হয়।

Bite ট্ৰাক চালক

এই ঘটনাৰে জড়িত চালকক আটক কৰিছে যোৰাবাট আৰক্ষীয়ে। যোৰাবাট আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.