ETV Bharat / state

শিশুগাঁৱত শিশু দিৱস উদযাপন মুখ্যমন্ত্ৰী সোণোৱালৰ

author img

By

Published : Nov 14, 2020, 4:46 PM IST

মুখ্যমন্ত্ৰী সোণোৱালে শিশুসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে শিশুসকলৰ মাজত ফলমূল, মিঠাই, চকলেট আৰু বিভিন্ন খেলৰ সামগ্ৰী বিতৰণ কৰে ।

cm sonowal celebrate children day
শিশুগাঁৱত শিশু দিৱস উদযাপন মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, 14 নৱেম্বৰ: শিশু দিৱস আৰু দীপাৱলী উপলক্ষে শনিবাৰে মহানগৰীৰ আজাৰাস্থিত এছঅ’এছ গাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । মুখ্যমন্ত্ৰীগৰাকীয়ে শিশু গাঁওখনত থকা 240 জন ছাত্ৰ-ছাত্ৰীৰ লগতে মাতৃসকলক শিশু দিৱস আৰু দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে ।

মুখ্যমন্ত্ৰী সোণোৱালে শিশুসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে শিশুসকলৰ মাজত ফলমূল, মিঠাই, চকলেট আৰু বিভিন্ন খেলৰ সামগ্ৰী বিতৰণ কৰে । গাঁওখনত থকা শিশুসকলক ভালদৰে অধ্যয়ন কৰি দেশৰ সুনাগৰিক হ’বলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে । তেওঁ গাঁওখনৰ লোকক সকলো প্ৰকাৰে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । মুখ্যমন্ত্ৰীৰ লগত গুৱাহাটী লোকসভাৰ সাংসদ কুইন ওজায়ো উপস্থিত হয় এছঅ’এছ গাঁৱত ।

লগতে পঢ়ক: বাক্সা জিলা ছাত্ৰ সন্থাৰ অধিবেশনত ড0 সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.