ETV Bharat / state

"অসম তথা উত্তৰ-পূব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বহু আগুৱাই গৈছে"-মুখ্যমন্ত্ৰী সোণোৱাল - এডভান্টেজ আছামৰ পিছত অসমত 52 হাজাৰ কোটি টকা বিনিয়োগ হৈছে

কৰ্পৰেট টেক্স হ্ৰাস কৰাৰ বাবে প্ৰধানমন্ত্ৰী, বিত্তমন্ত্ৰীক ধন্যবাদ জনালে মুখ্যমন্ত্ৰীয়ে ৷ "আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাই এতিয়া অসমক নতুন মাত্ৰা দিছে"-মুখ্যমন্ত্ৰী সোণোৱাল

জনতা ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদ মেল
author img

By

Published : Sep 25, 2019, 7:48 PM IST

গুৱাহাটী,25ছেপ্টেম্বৰঃ

"এডভান্টেজ আছাম''ৰ পিছত অসমত 52 হাজাৰ কোটি টকা বিনিয়োগ হৈছে ৷ অসম তথা উত্তৰ-পূব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বহু আগুৱাই গৈছে ৷"

বুধবাৰে জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি এইদৰে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ প্ৰথমে মুখ্যমন্ত্ৰী সোণোৱালে কৰ্পৰেট টেক্স হ্ৰাস কৰাৰ বাবে প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক ধন্যবাদ জনায় ৷ লগতে এই কৰ্পৰেট টেক্স হ্ৰাস কৰাৰ বাবে অসম অৰ্থনৈতিক ভাৱে লাভাম্বিত হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

জনতা ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদ মেল

ইপিনে সংবাদমেলত ''এডভান্টেজ আছাম''ৰ কথা উল্লেখ কৰি ''এডভান্টেজ আছাম''ৰ পিছত অসমত 52 হাজাৰ কোটি টকা বিনিয়োগ হৈছে বুলি মন্তব্য কৰে সোণোৱালে ৷ ইপিনে এছিয়ান দেশসমূহৰ সৈতে যোগাযোগ স্থাপন হৈ উঠাৰ বাবে অসম অৰ্থনৈতিক ভাৱে লাভান্বিত হ'ব বুলি উল্লেখ কৰে ৷ লগতে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাই এতিয়া অসমক নতুন মাত্ৰা দিছে বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে ৷

Intro:জনতা ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদ মেল,
কৰ্পৰেট টেক্স হ্ৰাস কৰাৰ বাবে প্ৰধানমন্ত্ৰী, বিত্তমন্ত্ৰী ক ধন্যবাদ জনালে মুখ্যমন্ত্ৰীয়ে
যোৱা 28 বছৰৰ ভিতৰত এয়া ঐতিহাসিক পদক্ষেপ,
ইয়াৰ দ্বাৰা সৰ্বসাধাৰণ ৰাইজ উপকৃত হব, অসমত
52 হাজাৰ কোটি টকা বিনিয়োগ হৈছে এডভান্টেজ আছামৰ পিছত,
এই কৰ্পৰেট টেক্স হ্ৰাস কৰাৰ বাবে আমাৰ অঞ্চলটো অৰ্থনৈতিক ভাৱে লাভাম্বিত হব,
নিবনুৱা সমস্যা হ্ৰাস হব,
দক্ষিণ পূব এছিয়াৰ দেশ সমূহে উদ্যোগ স্হাপনৰ বাবে আগবাঢ়ি অহাত এতিয়া সহায়ক হব,
অসম তথা উত্তৰ পূব নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বহু আগুৱাই গৈছে,
Body:ইয়াৰ পূৰ্বে কেতিয়াও উত্তৰ পূৰ্বে দেশৰ আন ৰাজ্যৰ দৰে মূলসুঁতিত থাকিবলৈ সুবিধা পোৱা নাছিল,
কংগ্ৰেছে উত্তৰ পূৰ্বক সদায় বঞ্চিত কৰি ৰাখিছিল,
আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাই এতিয়া অসমক নতুন মাত্ৰা দিছে,
Conclusion:এতিয়া অসমৰ কৃষকৰ দ্বাৰা উৎপাদন কৰা সামগ্ৰী বিদেশৰ বজাৰত বিক্ৰী হৈছে: মুখ্যমন্ত্ৰী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.