ETV Bharat / state

চি আৰ পি এফ অন্তৰ বাহিনী মল্লযুঁজ আৰু ভাৰোত্তোলন প্ৰতিযোগিতা ২০১৯ৰ সফল সামৰণি - মল্লযুঁজ আৰু ভাৰোত্তোলন প্ৰতিযোগিতা ২০১৯

চি আৰ পি এফ গ্ৰুপ কেন্দ্ৰৰ গুৱাহাটীত অন্তৰ বাহিনী মল্লযুঁজ আৰু ভাৰোত্তোলন প্ৰতিযোগিতা ২০১৯ ৰ সমাপন সমাৰোহ ৷

গুৱাহাটীত মল্লযুঁজ আৰু ভাৰোত্তোলন প্ৰতিযোগিতা ২০১৯
author img

By

Published : Jun 3, 2019, 10:58 PM IST

গুৱাহাটী, 3 জুনঃ গুৱাহাটী মহানগৰীৰ সমীপৰ নমাইলস্থিত চি আৰ পি এফ গ্ৰুপ কেন্দ্ৰত সোমবাৰে আয়োজন কৰা হয় মল্লযুঁজ আৰু ভাৰোত্তোলন প্ৰতিযোগিতা ২০১৯ ৰ সমাপন সমাৰোহ ৷ এই অনুষ্ঠানতেই বিভিন্ন খেলত অংশগ্ৰহণ কৰা বিজয়ী প্ৰতিযোগী খেলুৱৈ সকলক পুৰস্কৃত কৰা হয় ।

গুৱাহাটীত মল্লযুঁজ আৰু ভাৰোত্তোলন প্ৰতিযোগিতা ২০১৯

মল্লযুঁজ আৰু ভাৰোত্তোলন প্ৰতিযোগিতাত গুৱাহাটী আৰু শিলচৰৰ চি আৰ পি এফ বেটেলিয়নৰ ১০, ৪৮, ৬৭, ১২০, ১২৮, ১৩৬, ১৫২, ১৫৬ আৰু ১৭৫ ৰ খেলুৱৈ সকলে অংশগ্ৰহণ কৰে । চি আৰ পি এফ গ্ৰুপ কেন্দ্ৰৰ DIG সী ঢি ভেংক্যটেছ আৰু ১৭৫ বেটেলিয়নৰ কামাণ্ডেণ্ট মহেশ কুমাৰে খেলুৱৈ সকলক মেডেল আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰে ।

Intro:আৰ পি এফ গ্ৰুপ কেন্দ্ৰ গুৱাহাটীত অন্তৰ বাহিনী কুশ্তি আৰু ভাৰত্তেলন প্রতিযোগীতা ২০১৯ সম্পন্ন।

Body:গুৱাহাটী মহানগৰীৰ সমীপৰ নমইল স্থিত চি আৰ পি এফ গ্ৰুপ কেন্দ্ৰত সোমবাবে বিভিন্ন খেল প্রতিযোগীত সমুহত ভাগ লোৱা খেলুৱৈ সকলৰ পুৰুস্কৃত কৰা হয়। আৰ পি এফ গ্ৰুপ কেন্দ্ৰ গুৱাহাটীৰ আয়োজিত অন্তৰ বাহিনী কুশ্তি আৰু ভাৰত্তেলন প্রতিযোগীতা ২০১৯ ৰ আজি সমাপন সমাৰোহ আয়োযান কৰা হয়। কুশ্তি আৰু ভাৰত্তেলন আয়োজিত ১০১৯ত ১০, ৪৮, ৬৭, ১২০, ১২৮, ১৩৬, ১৫২, ১৫৬ আৰু ১৭৫ ৰ গুৱাহাটী আৰু শিলচৰৰ চি আৰ পি এফ খেলুৱৈ সকলে অংশগ্ৰহণ কৰে। চি আৰ পি এফ গ্ৰুপ কেন্দ্ৰৰ DIG সী ঢি বেংকটেশ আৰু ১৭৫ বেটেলিয়নৰ কামাণ্ডেণ্ট মহেশ কুমাৰ খেলুৱৈ সকলক মেডাল আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰে।

Byte DIC

Conclusion:Asrar Ansari
গুৱাহাটী

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.