ETV Bharat / state

কেতিয়া মহাজোঁটে প্ৰকাশ কৰিব প্ৰাৰ্থীত্বৰ তালিকা ?

ৰাজ্যৰ ৰাজনৈতিক দল সমূহৰ মাজত আৰম্ভ হৈছে প্ৰাৰ্থীত্ব তালিকা প্ৰস্তুত কৰাৰ কুছকাৱাজ ৷ শাসকীয় দল বিজেপিয়ে 5 মাৰ্চত প্ৰথমখন তালিকা প্ৰকাশ কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ পাচতে কংগ্ৰেছেও তালিকা প্ৰকাশ সন্দৰ্ভত মত প্ৰকাশ কৰে ৷

author img

By

Published : Feb 28, 2021, 10:59 PM IST

কেতিয়া মহাজোঁটে প্ৰকাশ কৰিব প্ৰাৰ্থীত্বৰ তালিকা ?
কেতিয়া মহাজোঁটে প্ৰকাশ কৰিব প্ৰাৰ্থীত্বৰ তালিকা ?

গুৱাহাটী, 28 ফেব্ৰুৱাৰী: অধিসূচনা জাৰি হোৱাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক দল সমূহৰ মাজত আৰম্ভ হৈছে প্ৰাৰ্থীত্ব তালিকা প্ৰস্তুত কৰাৰ কুছকাৱাজ ৷ শাসকীয় দল বিজেপিয়ে 5 মাৰ্চত প্ৰথমখন তালিকা প্ৰকাশ কৰিব বুলি এক বিশেষ সূত্ৰত প্ৰকাশ কৰাৰ পাচতে কংগ্ৰেছেও তালিকা প্ৰকাশ সন্দৰ্ভত মত প্ৰকাশ কৰে ৷

দেওবাৰে গুৱাহাটীৰ হোটেল চিগনেটত আয়োজন কৰা এক সংবাদমেলত ভাগ লৈ আনুষ্ঠানিকভাৱে মহাজোঁটৰ অংশীদাৰ হ'ল হাগ্ৰামা বাহিনী ৷ মহিলাৰীৰ উপস্থিতিতে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাই আগন্তুক নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থীৰ চূড়ান্ত তালিকাখন 5 মাৰ্চত প্ৰকাশ কৰিব বুলি এক আভাস দিয়া পৰিলক্ষিত হয় ৷

লগতে পঢ়ক: সংকটৰ গৰাহত ভোগদৈ নৈ: স্থানীয় লোকৰ পূজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.