ETV Bharat / state

কেবিনেটৰ বাছভাড়া বৃদ্ধিৰ সিদ্ধান্ত সহজভাৱে ল'ৱ পৰা নাই সৰ্বসাধাৰণে

কেবিনেট বৈঠকৰ অন্তত পুনৰ সাধাৰণ ৰাইজক ৰাম-তাঙোন শোধাই বৃদ্ধি কৰা হ'ল 25% বাছৰ ভাড়া ৷

বৃদ্ধি পালে 25% বাছৰ ভাড়া
author img

By

Published : Oct 22, 2019, 3:13 PM IST

গুৱাহাটী, 22 অক্টোবৰ: অন্ত পৰিল জনতা ভৱনৰ কেবিনেট বৈঠকৰ। কেবিনেটত গ্ৰহণ কৰা কৰা হ'ল কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । বিশেষকৈ বাছ ভাড়া 25% বৃদ্ধি কৰিবলৈ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত সহজভাৱে লৱ পৰা নাই সাধাৰণ জনতাই ৷

বৃদ্ধি পালে 25% বাছৰ ভাড়া

মূল্য বৃদ্ধিয়ে কোঙা কৰা সাধাৰণ ৰাইজৰ মূৰত পুনৰ ৰাম-তাঙোন শোধাই বৃদ্ধি কৰা হ'ল 25% বাছৰ ভাড়া ৷ পেট্ৰ'ল ডিজেলৰ মূল্য বৃদ্ধি আৰু বাছ কৰ্মচাৰীৰ দৰমহা বৃদ্ধি হোৱাৰ বাবেই এই সিদ্ধান্ত লয় চৰকাৰে ৷ বজাৰৰ সামগ্ৰী অতিপাত মূল্য বৃদ্ধিৰ সময়তে বাছ ভাড়া বৃদ্ধি কৰাত ক্ষোভিত হৈ পৰিছে যাত্ৰী সকল । চৰকাৰক এই সিদ্ধান্ত উঠাই ল'বলৈ দাবী জনাইছে জনসাধাৰণে ।

Intro:সোমবাৰে জনতা ভৱনত কেবিনেট বৈঠক অনুষ্ঠিত হৈ যায় । কেবিনেটত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । বাছৰ ভাড়া 25% লৈকে বৃদ্ধি সিদ্ধান্তও এই বৈঠকতে লোৱা হয়। যাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰিছে বাছৰ যাত্ৰী সকলে । Body:বজাৰৰ সামগ্ৰী অতিপাত মূল্য বৃদ্ধিৰ সময়তে এই বাৰে বাছ ভাড়া বৃদ্ধি কৰাত ক্ষোভিত যাত্ৰী সকল । চৰকাৰ এই সিদ্ধান্ত উঠাইলোৱা দাবী জনসাধাৰণৰ । Conclusion:উল্লেখযোগ্য যে পেট্ৰোল ডিজেলৰ মূল্য বৃদ্ধি আৰু বাছৰ কৰ্মচাৰীৰ দৰমহা বৃদ্ধি হোৱাৰ বাবেই এই সিদ্ধান্ত চৰকাৰৰ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.