ETV Bharat / state

গড়চুকত উদ্ধাৰ অচিনাক্ত যুৱক

অকলশৰীয়াভাৱে ঘূৰি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক ৷ এই পৰ্যন্ত যুৱকজনৰ পৰিচয় জানিব পৰা হোৱা নাই ৷

author img

By

Published : Sep 25, 2019, 10:06 AM IST

গড়চুকত উদ্ধাৰ অচিনাক্ত যুৱক

গুৱাহাটী, 25 চেপ্তেম্বৰঃ মহানগৰীৰ গড়চুকত উদ্ধাৰ এজন অচিনাক্ত যুৱক । অকলশৰীয়াভাৱে ঘূৰি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক । পিচত গড়চুক আৰক্ষীয়ে যুৱকজনক উদ্ধাৰ কৰি লৈ আহে থানালৈ। মানসিকভাৱে অসুস্থ বুলি জানিব পৰা গৈছে যুৱকজন । যাৰ বাবে পৰিচয় লাভ কৰিব পৰা নাই আৰক্ষীয়ে ৷ কোনো সদাশয় লোকে যুৱকজনক চিনি পালে গড়চুক আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে আৰক্ষীয়ে।

Intro:মহানগৰীৰ গড়চুকত এজন অচিনাক্ত যুৱক উদ্ধাৰ।

অকলশৰীয়াভাৱে ঘুৰি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক।

আৰক্ষীয়ে যুৱকজনক উদ্ধাৰ কৰি থানালৈ লৈ আনে।

যুৱকজন মানসিকভাৱে কিছু দুৰ্বল বুলি জানিব পৰা গৈছে।

কোনো সদাসয় লোকে যুৱকজনক চিনিব পাৰিলে গড়চুক আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.