গুৱাহাটী , 23 এপ্ৰিলঃ মঙলবাৰে ৰাজ্যত অনুষ্ঠিত হয় 2019 লোকসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ ৷ পুৱাই লাচিত নগৰ এল.পি স্কুল 7 নং ভোট গ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে বিজেপিৰ প্ৰাৰ্থী কুইন ওজায়ে ৷ পুৱা 7 বজাৰ পৰা মহানগৰীৰ ভোট কেন্দ্ৰ সমূহত ৰাইজৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে ৷ গুৱাহাটীৰ পৰা আমাৰ সাংবাদিক আকাশ হাজৰিকাৰ এক প্ৰতিবেদন ৷
ৰাজ্যত আৰম্ভ হ'ল অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ - লাচিত নগৰ এল.পি স্কুল
লাচিত নগৰ এল.পি স্কুল 7 নং ভোট গ্ৰহণ কেন্দ্ৰত ভোটদান কৰিলে বিজেপিৰ প্ৰাৰ্থী কুইন ওজায়ে ৷
ৰাজ্যত আৰম্ভ হ'ল অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ
গুৱাহাটী , 23 এপ্ৰিলঃ মঙলবাৰে ৰাজ্যত অনুষ্ঠিত হয় 2019 লোকসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ ৷ পুৱাই লাচিত নগৰ এল.পি স্কুল 7 নং ভোট গ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে বিজেপিৰ প্ৰাৰ্থী কুইন ওজায়ে ৷ পুৱা 7 বজাৰ পৰা মহানগৰীৰ ভোট কেন্দ্ৰ সমূহত ৰাইজৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে ৷ গুৱাহাটীৰ পৰা আমাৰ সাংবাদিক আকাশ হাজৰিকাৰ এক প্ৰতিবেদন ৷
A_GHY_23APR_801_ Queen Ojha_DL_VIS_BYT_AKASH
মংগল বাৰে ৰাজ্যত অনুষ্ঠিত তৃতীয় তথা অন্তিম ভোট গ্ৰহণ । পুৱাই লাচিত নগৰ LP স্কুল ৭ নং ভোট কেন্দ্ৰত ভোট দান কৰিলে বিজেপিৰ প্ৰাৰ্থী কুই উজাই । পোৱা ৭ বজাৰ পৰাই মহানগৰীৰ ভোট কেন্দ্ৰ সমূহত ৰাইজৰ দীঘলীয়া শাৰী ।