ETV Bharat / state

উজানবজাৰৰ হনুমান মন্দৰিত উপস্থিত বিশ্ব হিন্দু পৰিষদৰ সদস্য

author img

By

Published : May 8, 2019, 11:15 PM IST

চুৰি হোৱা মন্দিৰ সমূহত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় সদস্য সকলে

চুৰি হোৱা মন্দিৰত উপস্থিত বিশ্ব হিন্দু পৰিষদৰ সদস্য

গুৱাহাটী, 8 মে': গুৱাহাটী মহানগৰীৰ ধৰ্মীয় অনুষ্ঠানত এতিয়া ধাৰাবাহিকভাৱে চলিছে চোৰৰ চাফাই অভিযান ৷ বিশেষকৈ উজানবজাৰৰ হাই ছিকিউৰিটি জ'নত দুটা দিনৰ ভিতৰতে দুটাকৈ মন্দিৰত সংঘটিত হৈছে চুৰিকাণ্ড ৷ কেৱল এয়াই নহয়, মুখ্যমন্ত্ৰীৰ বাসভৱনৰ নিচেই সমীপতে থকা হনুমান মন্দিৰতো চোৰে চলায় লুটপাত ৷

এই ঘটনাক কেন্দ্ৰ কৰি বুধবাৰে গধুলি বিশ্ব হিন্দু পৰিষদৰ বহুকেইগৰাকী বিষয়ববীয়া মন্দিৰটোত উপস্থিত হৈ চুৰিৰ ঘটনাৰ বুজ লোৱাৰ লগতে উজান বজাৰস্থিত শ্ৰী শ্ৰী হনুমান মন্দিৰতো উপস্থিত হয় বিশ্ব হিন্দু পৰিষদৰ উত্তৰ পূব প্ৰান্তৰ সভাপতি ডাঃ ও মুনিন্দ ডেকা আৰু উপ-সভাপতি শ্ৰী লক্ষী দত্ত ৷

শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ ধৰ্মীয় অনুষ্ঠানত ধাৰাবাহিকভাৱে চলিছে চোৰৰ চাফাই অভিযান ৷ বিশেষককৈ উজানবজাৰৰ হাই ছিকিউৰিটি জ'নত দুটা দিনৰ ভিতৰতে দুটাকৈ মন্দিৰত সংঘটিত হৈছে চুৰিকাণ্ড ৷ মুখ্যমন্ত্ৰীৰ বাসভৱনৰ নিচেই সমীপতে থকা হনুমান মন্দিৰত চোৰে লুটপাত চলায় ৷ বুধবাৰে সন্ধিয়া বিশ্ব হিন্দু পৰিষদৰ বহুকেইজন বিষয়ববীয়াই মন্দিৰটোত উপস্থিত হৈ বুজ লয় চুৰিৰ ঘটনাৰ ৷ উজান বজাৰ শ্ৰী শ্ৰী হনুমান মন্দিৰ ত উপস্থিত হৈ বিশ্ব হিন্দু পৰিষদৰ উত্তৰ পুব প্ৰান্তৰ সভাপতি ডাঃ ও মুনিন্দ ডেকা উপ-সভাপতি শ্ৰী লক্ষী দত্ত ৷ তেওঁলোকে মন্দিৰত উপস্থিত সমগ্ৰ চুৰিৰ ঘটনাৰ বুজ লয় ৷

Lipika deka...Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.