ETV Bharat / state

মহানগৰীত উদণ্ড বাইকাৰ্ছে মহতিয়ালে বৃদ্ধক - বাইকে

দুৰ্ঘটনাত থিতাতে নিহত হয় মমৰেজ আলী নামৰ এগৰাকী বৃদ্ধ ৷ সোমবাৰে আবেলিৰ সময়ত বেলতলা মহজিদৰ ওচৰত সংঘটিত হৈছিল এই ঘটনা

বেলতলাত এক শিহৰণকাৰী ঘটনা
author img

By

Published : Oct 15, 2019, 3:41 PM IST

গুৱাহাটী, 15 অক্টোবৰ: মহানগৰীৰ বেলতলাত এক শিহৰণকাৰী ঘটনা

তীব্ৰবেগী বাইকে মহতিয়াই নিলে এজন পথচাৰীক
  • তীব্ৰবেগী বাইকে মহতিয়াই নিলে এজন পথচাৰীক
  • দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰ'ল চিচি টিভি কেমেৰাত
  • দুৰ্ঘটনাত থিতাতে নিহত হয় মমৰেজ আলী নামৰ এগৰাকী বৃদ্ধ
  • সোমবাৰে আবেলিৰ সময়ত বেলতলা মহজিদৰ ওচৰত সংঘটিত হৈছিল এই ঘটনা
  • ইতিমধ্যে আৰক্ষীয়ে চিচি টিভি কেমেৰাৰ দৃশ্য সংগ্ৰহ কৰি উদণ্ড বাইকাৰ্ছক বিচাৰি আৰম্ভ কৰিছে অনুসন্ধান

Intro:মহানগৰীৰ বেলতলাত এক শিহৰণকাৰী ঘটনা। তীব্ৰবেগী বাইকে মহতিয়াই নিলে এজন পথচাৰীক। দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰ'ল চিচি টিভি কেমেৰাত। চাওঁক কিদৰে বৃদ্ধাগৰাকীক মহতিয়াই নিয়ে উদণ্ড বাইকাৰ্ছে। দুৰ্ঘটনাত থিতাতে নিহত হয় মমৰেজ আলী নামৰ এগৰাকী বৃদ্ধ। সোমবাৰে আবেলিৰ সময়ত বেলতলা মহজিদৰ ওচৰত সংঘটিত হৈছিল এই ঘটনা। ইতিমধ্যেই আৰক্ষীয়ে চিচি টিভি কেমেৰাৰ দৃশ্য সংগ্ৰহ কৰি উদণ্ড বাইকাৰ্ছক বিচাৰি অনুসন্ধান আৰম্ভ কৰিছে। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.