গুৱাহাটী, 31মাৰ্চঃ সমাগত অসমীয়াৰ চেনেহৰ ৰঙালী বিহু ৷ বাপতিসাহোন বিহুটিক আদৰিবলৈ সাজু ৰাজ্যবাসী ৷ সমান্তৰালভাৱে সাজু হৈছে বিহু কমিটিসমূহো ৷ ৰঙালীৰ লগত সংগতি ৰাখি দেওবাৰে লাই খুঁটা স্থাপন কৰে পূৱ গুৱাহাটীৰ বিহু সন্মিলনে । অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব লগা 58 সংখ্যক বিহু সন্মিলনৰ লাইখুঁটা স্থাপন কৰে সন্মিলনৰ আজীৱন সভ্য তথা প্ৰাক্তন সভাপতি ভাস্কৰ ফুকনে ।
পূৱ গুৱাহাটী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন
ৰঙালীৰ লগত সংগতি ৰাখি দেওবাৰে লাই খুঁটা স্থাপন কৰে পূৱ গুৱাহাটী বিহু সন্মিলনে
পূৱ গুৱাহাটী বিহু সন্মিলন
গুৱাহাটী, 31মাৰ্চঃ সমাগত অসমীয়াৰ চেনেহৰ ৰঙালী বিহু ৷ বাপতিসাহোন বিহুটিক আদৰিবলৈ সাজু ৰাজ্যবাসী ৷ সমান্তৰালভাৱে সাজু হৈছে বিহু কমিটিসমূহো ৷ ৰঙালীৰ লগত সংগতি ৰাখি দেওবাৰে লাই খুঁটা স্থাপন কৰে পূৱ গুৱাহাটীৰ বিহু সন্মিলনে । অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব লগা 58 সংখ্যক বিহু সন্মিলনৰ লাইখুঁটা স্থাপন কৰে সন্মিলনৰ আজীৱন সভ্য তথা প্ৰাক্তন সভাপতি ভাস্কৰ ফুকনে ।
অসমীয়াৰ চেনেহৰ ৰঙালী বিহু সমাগত ৷ বাপতি সহোন বিহুটিক আদৰিবলৈ সাজু হৈছে সকলো ৷ সমান্তৰালভাৱে সাজু হৈছে বিহু কমিটি সমূহো ৷ সেই অনুসৰিয়েই দেওবাৰে লাইখুঁটা স্থাপন কৰা হ'ল পূব গুৱাহাটী বিহু সন্মিলনৰ ৷ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব লগা এই বিহু সন্মিলনৰ লাইখুঁটা স্থাপন কৰে সন্মিলনৰ আজীৱন সভ্য তথা প্ৰাক্তন সভাপতি ভাষ্কৰ ফুকনে ৷ ৫৮ তম বৰ্ষত ভৰি দিয়া এই সন্মিলনৰ লাইখুঁটা স্থাপন কৰি সমগ্ৰ অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৷
Lipika deka..Guwahati