ETV Bharat / state

জজ খেলপথাৰত আছুৰ মুকলি বিহু

author img

By

Published : Apr 14, 2019, 7:12 PM IST

জজ্ খেলপথাৰৰ পৰাই অসমবাসী ৰাইজলৈ বহাগ আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালে আছুৰ বিষয়ববীয়া আৰু সমুজ্জল কুমাৰ ভট্টচাৰ্যই ৷

জজ খেলপথাৰত আছুৰ মুকলি বিহু

গুৱাহাটী,১৪ এপ্ৰিল: প্ৰতিবছৰৰ দৰে এইবছৰোম ঢোল-পেঁপাৰ মাতত মুখৰিত হৈ উঠিল মহানগৰীৰ জজ্ খেলপথাৰ ৷ সদৌ অসম ছাত্ৰ সন্থাৰ দ্বাৰা আয়োজিত মুকলি বিহুৱে ব'হাগ আনিলে কংক্ৰিটৰ মহানগৰীলৈ ৷ কি ডেকা কি বুঢ়া সকলোৱে এপাক নাচিলে জজ্ খেলপথাৰত ৷

জজ খেলপথাৰত আছুৰ মুকলি বিহু

আছুৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানতে সুদক্ষিণা শৰ্মা সহ ভূপেন হাজৰিকাৰ পৰিয়ালৰ সদস্যক সম্বৰ্ধনা জনোৱা হয় ৷ লগতে ভাৰতীয় প্ৰেক্ষাপটত অসমৰ নাম জিলিকাই তোলা ব্যক্তিসকলক এই অনুষ্ঠানতে বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয়। ভাৰতীয় প্ৰেক্ষাপটত জিলিকি উঠা ৰীমা দাস, পদ্মশ্রী বঁটাৰে বিভূষিত ডাo ইলিয়াছ আলি, উদ্ধৱ ভৰালী সমন্বিতে বহু কেইজন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনায় আছু উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যই ।

Intro:সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত ঐতিহাসিক জজ খেলপথাৰত মুকলি বিহু আয়োজন। ঢোল ডগৰ আৰু পেঁপাৰ মাতত মুখৰিত জজ খেলপথাৰ।
সুদক্ষিণা শৰ্মা সহ ভূপেন হাজৰিকাৰ পৰিয়ালৰ সদস্যক সম্বৰ্ধনা জনোৱাৰ লগতে ভাৰতীয় প্ৰেক্ষাপটত জিলিকি ব্যক্তি সকলক সম্বৰ্ধনা জনোৱা হয়। ভাৰতীয় প্ৰেক্ষাপটত জিলিকি থকা ৰিমা দাস, পদ্মশ্রী বঁটাৰে বিভূষিত ডাঃ ইলিয়াছ আলি উদ্ধাব ভৰালী সমন্বিতে বহু কেইজন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনাই সমুজ্জল ভট্টাচাই।

Body:এই অনুষ্ঠানত শান্তি সমবৃদ্ধিৰে সকলোকে বিহু উদযাপনৰ বাবে শুভেচ্ছা জনাই সমুজ্জ্বল ভট্টাচাৰ্যই।
Bite:- সমুজ্জ্বল ভট্টাচাৰ্য।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.