ETV Bharat / state

চিৰিয়াখানাত মৃত্যু হিমালয়ৰ পাপৰিৰ

অসম ৰাজ্যিক চিৰিয়াখানাত থকা পাপৰি নামৰ ভালুকজনীৰ বয়স আছিল 26 বছৰ

চিৰিয়াখানাত মৃত্যু হিমালয়ৰ পাপৰিৰ
author img

By

Published : Sep 22, 2019, 11:35 PM IST

গুৱাহাটী, 22 চেপ্তেম্বৰঃ চিৰিয়াখানাত মৃত্যু ভালুকৰ ৷ হিমালয়ৰ পৰা অনা পাপৰি নামৰ ক'লা ভালুকজনীৰ মৃত্যু হয় দেওবাৰে ৷ অসম ৰাজ্যিক চিৰিয়াখানাত থকা ভালুকজনীৰ বয়স আছিল 26 বছৰ ৷ পাপৰি নামৰ ভালুকজনীয়ে 6 টাকৈ পোৱালী জন্ম দিছিল চিৰিয়াখানাত ৷ এই 6 টা পোৱালীৰ 4 জনী অসম ৰাজ্যিক চিৰিয়াখানাত আছে আৰু 2 টা হায়দৰাবাদ চিৰিয়াখানাত আছে ৷ ভালুক জনীৰ মৃত্যুত চিৰিয়াখানা কৰ্তৃপক্ষই দুখ প্ৰকাশ কৰে ৷

Intro:চিৰিয়াখানাত মৃত্যু হল হিমালয়ৰ পৰা অনা পাপৰি নামৰ ক'লা ভালুকজনীৰ ৷Body:দেওবাৰে অসম ৰাজ্যিক চিৰিয়াখানাত মৃত্যু হল হিমালয়ৰ পৰা অনা পাপৰি নামৰ ক'লা ভালুক জনীৰ আজি ৷ মৃত্যুৰ সময়ত পাপৰিৰ বয়স হৈছিল 26 বছৰ ৷ পাপৰি নামৰ ভালুকজনীয়ে 6 টাকৈ পোৱালী জন্ম দিছিল চিৰিয়াখানাত ৷ এই 6 টা পোৱালীৰ 4 জনী অসম ৰাজ্যিক চিৰিয়াখানাত আছে আৰু 2 টা হায়দৰাবাদ চিৰিয়াখানাত আছে ৷ ভালুক জনীৰ মৃত্যুত চিৰিয়াখানা কৰ্তৃপক্ষই দুখ প্ৰকাশ কৰে ৷Conclusion:লিপিকা ডেকা,গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.