- বাইহাটা চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা
- দুৰ্ঘটনাত গুৰুতৰ বাবে আহত বাইক আৰোহী
- অচিনাক্ত বাহনক খুন্দিওৱাৰ ফলত আহত বাইক আৰোহী
- আহত ব্যক্তিগৰাকী বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত মান্দাকাটাৰ চাহিদুল হক ইছলাম
- বাইহাটা চাৰিআলিৰ পৰা ৰঙিয়া অভিমূখে আহি থকা অৱস্থাত এই দুৰ্ঘটনা
- ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা
- দুৰ্ঘটনাগ্ৰস্ত পালচাৰ বাইকখনৰ নম্বৰ হৈছে AS 01 BV 5155
- ততাতৈয়াকৈ প্ৰথম অৱস্থাত কমলপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত প্ৰেৰণ চাহিদুলক
- পিচত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ চাহিদুলক
বাইহাটা চাৰিআলিত পথ দুৰ্ঘটনা, আহত বাইক আৰোহী - ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ
বাইহাটা চাৰিআলিত পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত গুৰুতৰ বাবে আহত বাইক আৰোহী ।
বাইহাটা চাৰিআলিত পথ দুৰ্ঘটনা, আহত বাইক আৰোহী
- বাইহাটা চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা
- দুৰ্ঘটনাত গুৰুতৰ বাবে আহত বাইক আৰোহী
- অচিনাক্ত বাহনক খুন্দিওৱাৰ ফলত আহত বাইক আৰোহী
- আহত ব্যক্তিগৰাকী বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত মান্দাকাটাৰ চাহিদুল হক ইছলাম
- বাইহাটা চাৰিআলিৰ পৰা ৰঙিয়া অভিমূখে আহি থকা অৱস্থাত এই দুৰ্ঘটনা
- ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা
- দুৰ্ঘটনাগ্ৰস্ত পালচাৰ বাইকখনৰ নম্বৰ হৈছে AS 01 BV 5155
- ততাতৈয়াকৈ প্ৰথম অৱস্থাত কমলপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত প্ৰেৰণ চাহিদুলক
- পিচত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ চাহিদুলক
Intro:Baihata Accident 1 Injured
V/O:---বাইহাটা চাৰিআলিত দুৰ্ঘটনাগ্ৰস্ত এক বাইক আৰোহী । অচিনাক্ত বাহনে খুন্দিওয়াৰ ফলত গুৰুতৰ ভাবে আঘাত হয় বাইক আৰোহী জন। ৩১নং ৰাষ্ট্ৰীয় ঘাই পথৰ কলাজলত সংঘটিত দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত ব্যক্তি গৰাকী বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত মান্দাকাটাৰ চাহিদুল হক ইছলাম । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ বাইহাটা চাৰিআলিৰ পৰা ৰঙিয়া অভিমূখে এ এছ বিভি ৫১৫৫নম্বৰৰ পালচাৰ বাইকত গৈ থকা অৱস্থাত ক'লাজলত কোনো অচিনাক্ত বাহনে খুন্দিওৱাৰ ফলত গুৰুতৰ ভাবে আঘাটপ্ৰাপ্ত হয় চাহিদুল । স্থানীয় লোকে ততাতৈয়াকৈ চাহিদুলক কমলপুৰ মহাত্মা গান্ধী আদৰ্শ চিকি্ৎসালয়লৈ পঠাই দিয়ে যদিও চাহিদুলৰ অৱস্থা গুৰুতৰ দেখি চিকিৎসকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰন কৰে ।
বাইট:----Body:.Conclusion:.