ETV Bharat / state

মহানগৰীৰ ছয় মাইলৰ মায়া পথৰ দুৰাৱস্থা - মহানগৰীৰ ছয় মাইলৰ মায়া পথৰ দুৰাৱস্থা

ছয় মাইলৰ মায়া পথৰ অৱস্থা বছৰ বছৰ ধৰি শোচনীয় হৈ থকাৰ পিছতো মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কতৃপক্ষই ৷ এজাক বৰষুণ দিলেই জল সমূদ্ৰলৈ পৰিণত হয় মায়া পথ ৷

এজাক বৰষুণ দিলেই জল সমূদ্ৰলৈ পৰিণত হয় মায়া পথ ৷
author img

By

Published : Oct 27, 2019, 9:02 PM IST

গুৱাহাটী , 27 অক্টোবৰঃ ক্ৰমাৎ অধিক শোচনীয় হৈ পৰিছে মহানগৰীৰ ছয় মাইলৰ মায়া পথৰ অৱস্থা ৷ বছৰ বছৰ ধৰি বিধস্ত পথৰে যাত্ৰা কৰিব লগীয়া হৈছে মায়া পথৰ বাসিন্দা সকল । এজাক বৰষুণ দিলেই জল সমূদ্ৰলৈ পৰিণত হয় মায়া পথ ৷ স্থানীয় ৰাইজৰ অভিযোগ , বছৰ বছৰ ধৰি শোচনীয় হৈ থকাৰ পিছতো মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কতৃপক্ষই ৷ স্থানীয় ৰাইজৰ আবেদেন নিবেদন আৰু অভিযোগ দাখিল কৰা পিছতো কোনো ভ্ৰূক্ষেপ নাই গুৱাহাটী পৌৰ নিগমৰ ৷ মহানগৰ উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যলৈ স্থানীয় ৰাইজৰ অনুৰোধ, অতি শীঘ্ৰে নিৰ্মাণ কৰা হওক মৰণফাণ্ডলৈ পৰিণত হোৱা পথটো ৷

এজাক বৰষুণ দিলেই জল সমূদ্ৰলৈ পৰিণত হয় মায়া পথ ৷

লগতে পঢ়কঃ আছু এৰাৰ 90 দিনৰ পূৰ্বে যোগদান কৰিব নোৱাৰিব কোনো ৰাজনৈতিক দলত

Intro:মহানগৰীৰ ছয় মাইলৰ মায়া পথৰ দুৰাৱস্থা । বছৰ বছৰ ধৰি এই বিধস্ত পথৰে অহা যোৱা কৰিব লগীয়া হৈছে মায়া পথৰ বাসিন্দা সকল । এজাক বৰষুণ দিলেই ৰাজপত পৰিণত হয় জল সমূদ্ৰলৈ । Body:স্থানীয় ৰাইজৰ অভিযোগ
বছৰ বছৰ ধৰি শোচনীয় হৈ থকাৰ পিছতো মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰনৰ পদক্ষেপ নাই বিভাগীয় কাৰ্তি পক্ষৰ । নানান আবেদেন নিবেদন আৰু অভিযোগ দাখিল কৰা পিছতো ভ্ৰূক্ষেপ নাই গুৱাহাটী পৌৰ নিগমৰ । Conclusion:সেয়ে সংবাদ মাধ্যমৰ আগত স্থানীয় লোকৰ অনুৰোধ মহানগৰ উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব দিয়ক এই পথটো নিৰ্মাণৰ বাবে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.