ETV Bharat / state

জি আই এম টিত বিশেষ অনুষ্ঠান - সংবাদমেল

দেশৰ বিভিন্ন প্ৰান্তৰ বহু শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব স্মাৰ্ট ইণ্ডিয়া হেকাথ'নত

গুৱাহাটীত Smart India Hackathon ৰ সংবাদমেল
author img

By

Published : Mar 1, 2019, 7:55 PM IST

গুৱাহাটী,১মাৰ্চ: শনিবাৰৰ পৰা গিৰাজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্টেএণ্ড টেকন'লজীত আৰম্ভ হ'বস্মাৰ্ট ইণ্ডিয়া হেকাথ'ন নামেৰে এক বিশেষ অনুষ্ঠান।

গুৱাহাটীত Smart India Hackathon ৰ সংবাদমেল
কাৰিকৰী তথা ছফটৱেৰ শিক্ষাৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ। অনুষ্ঠানত দেশৰ বহহু আগশাৰীৰ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ লগতে বিশেষজ্ঞই অংশগ্ৰহণ কৰিব বুলি এক সংবাদমেলযোগে প্ৰকাশ কৰে উদ্যোক্তাসকলে।

Slug:-A_Azara_Press_Meet_821-827_Ajay_Das

গুৱাহাটী ধাৰাপুৰস্থিত Girijananda Chowdhury Group Of Instituteত Smart India Hackathonৰ সংবাদমেল ।

Vo..গুৱাহাটী ধাৰাপুৰস্থিত Girijananda Chowdhury Group Of Instituteত Smart India Hackathonৰ সংবাদমেল । ভাৰতৰ প্ৰযুক্তিবিদ্যাৰ ইতিহাসত Smart India Hackathon এটা অভিনৱ সংযোজজন । NICCI আৰু মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ে নিপুন প্ৰজন্মক উৎসাহিত কৰা অৰ্থে এক নতুন প্ৰচেষ্টা হাতত লৈছে । ই ভাৰতৰ উচ্চ শিক্ষা কাৰীকৰি প্ৰতিষ্ঠানৰ প্ৰায় ৩০ লাখ শিক্ষাৰ্থীক সামৰি লৈছে । আৰু  কালিৰ পৰা Girijananda Chowdhury Group Of Instituteত অনুস্থিত হ'ব Software Edition । দেশৰ প্ৰায় ৩৪টা গ্ৰুপৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহন কৰিব এই Software Editionত । এই
Software Editionত ছাত্ৰ-ছাত্ৰীসকলে Softwareৰ উন্নয়নৰ লগতে থলুৱা সামগ্ৰীকো এটা স্থান দিবলৈ চেষ্টা কৰিব ।

Bite…

আজাৰা পৰা অজয় দাস, etv bharat assam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.