ETV Bharat / state

লক ডাউনৰ সময়ছোৱাত পাচলিৰ খেতিত লাগিছে জনপ্ৰিয় কন্ঠশিল্পী আচুৰ্য বৰপাত্ৰ - assamese popular singer achurya barpatra

লক ডাউনৰ সময়ছোৱাত গোলাঘাটৰ সৰুপথাৰৰ গাঁৱৰ ঘৰখনত পাচলি খেতি কৰিছে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী আচুৰ্য বৰপাত্ৰই ৷ লগতে বিশ্বৰ এই জটিল ক্ষণত সকলোকে সজাগ সচেতন হৈ দেশৰ লগতে পৃথিৱীখন বচাবলৈ আহ্বান জনাইছে কন্ঠশিল্পীগৰাকীৰ ৷

লক ডাউনৰ সময়ছোৱাত পাচলিৰ খেতিত লাগিছে জনপ্ৰিয় কন্ঠশিল্পী আচুৰ্য বৰপাত্ৰ
assamese popular singer achurya barpatra on lock down days
author img

By

Published : Apr 3, 2020, 6:53 PM IST

গুৱাহাটী,3 এপ্ৰিলঃ লকডাউনৰ সময়ছোৱাত জনপ্ৰিয় কন্ঠশিল্পী আচুৰ্য বৰপাত্ৰগোঁহাইয়ে কৰিছে পাচলিৰ খেতি । গোলাঘাটৰ সৰুপথাৰৰ নিজৰ গাঁৱৰ ঘৰখনত থাকি লক ডাউন মানি চলিছে আচুৰ্য বৰপাত্ৰগোঁহাইয়ে । নিজে ঘৰতে থকাৰ লগতে অসমৰ ৰাইজক লক ডাউন মানি চলি থাকিবলৈ আহ্বান জনালে শিল্পী গৰাকীয়ে ।

লক ডাউনৰ সময়ছোৱাত পাচলিৰ খেতিত লাগিছে জনপ্ৰিয় কন্ঠশিল্পী আচুৰ্য বৰপাত্ৰ

লক ডাউনৰ সময় খিনি বিপৰ্যয় যদিও এনেদৰে প্ৰতি বছৰে 10 দিনৰ বাবে হ'লেও লক ডাউনৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য প্ৰকাশ কৰে আচুৰ্য বৰপাত্ৰগোঁহাইয়ে । লগতে এই সময়ে নষ্টালজিক কৰাৰ লগতে জীৱনৰ অৰ্থৰ বিষয়ে অনুভৱ কৰিব পাৰিছে বুলি ক'লে শিল্পী গৰাকীয়ে । লগতে সজাগ সচেতন হৈ দেশৰ লগতে পৃথিৱীখন বচাবলৈ আহ্বান জনোৱাৰ লগতে সকলো মানুহক সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনালে কন্ঠশিল্পীগৰাকীয়ে ৷

লগতে পঢ়কঃইণ্ডোৰ কাণ্ডকলৈ বি-টাউনবাসীৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.