ETV Bharat / state

টিম আমিষৰ মুখেৰে শুনক ব্যতিক্ৰমধৰ্মী ছবি আমিষৰ বিষয়ে

শুকুৰবাৰে মুক্তি পাব বহুকেইটা ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত অসমীয়া ছবি আমিষ ৷ ই টি ভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা আছুতীয়া সাক্ষাতকাৰত টিম আমিষে ব্যক্ত কৰিলে ছবিখনৰ বিষয়ে বহুখিনি কথা

author img

By

Published : Nov 21, 2019, 7:52 PM IST

টিম আমিষ

গুৱাহাটী,21 নৱেম্বৰঃ এখন ব্যতিক্ৰমধৰ্মী অসমীয়া ছবি আমিষ ৷ ভাস্কৰ হাজৰিকাৰ দ্বাৰা নিৰ্দেশিত ছবি আমিষে ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুকেইটা বঁটা পাবলৈ সক্ষম হৈছে ৷

টিম আমিষ

শেহতীয়াকৈ ই টি ভি ভাৰতৰ কাৰ্যালয়ত উপস্থিত হয় আমিষ ছবিৰ সকলো কলা-কুশলী । ছবিখনৰ বিষয়ে কোৱাৰ লগতে মনৰ অনুভৱ ব্যক্ত কৰে সকলোৱে । ছবিখনত কোন কেনেকৈ জড়িত আৰু কিয় দৰ্শকে ছবিখন আদৰি ল'ব এই সকলোবোৰ কথা জনালে টিম আমিষে ৷ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰা এই ব্যতিক্ৰমী ছবিখনে অসমীয়া ছবিৰ এক নতুন ধাৰা মুকলি কৰিব সেয়া নিশ্চিত। 22 নৱেম্বৰত ছবিগৃহলৈ আহিবলগীয়া উক্ত ছবিখনৰ বাবে এতিয়া আগ্ৰহী হৈ পৰিছে দৰ্শকসকল ৷

লগতে পঢ়কঃভাৰতৰ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত অসমীয়া ছবি 'অপৰূপা'

Intro:ই টিভি ভাৰতৰ কাৰ্যালয়ত আমিষ ছবিৰ সকলো কলা কুশলী। ছবিৰ বিষয়ে কোৱাৰ লগতে মনৰ অনুভৱ ব্যক্ত কৰিলে সকলোৱে। আমিষ ছবিৰ মূল চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীৰ পৰা ছবিৰ প্ৰযোজক লৈ সকলোৱে মনৰ কথা কলে ই টিভি ভাৰতৰ কাৰ্য্যালয়ত আহি । এই সন্দৰ্ভত এক আমিষ ছবিৰ কলা কুশলীৰ সৈতে এক বিশেষ প্ৰতিবেদন। Body:22 নৱেম্বৰত আহিব লগা অসমীয়া ছবি আমিষ ৰ কলা কোশলী ই টিভি ভাৰতৰ কাৰ্য্যালয়ত । কোনে কেনেকৈ জড়িত ছবি খনিত আৰু কিয় দৰ্শকে আদৰিবলৈ বাধ্য হব ছবি খনি সকলো কলে তেওঁলোকে। আমিষ ৰ মূল চৰিত্ৰত অভিনয় কৰা লিমা দাসে খাবলৈ কি ভাল পায় সকলো কলে অভিনেত্ৰী গৰাকীয়ে নিজেই । আন এটা মূল চৰিত্ৰত অভিনয় কৰা অৰ্ঘেদীপ বৰুৱাই ৰান্ধিব জানে নে নাজানে সেই বিষয়েও কলে অভিনেতা গৰাকীয়ে। লগতে ছবিত সহ অভিনেত্ৰী হিচাপে কাম কৰা নিতালি দাস আৰু মানস দাসেও ব্যক্ত কৰিলে মনৰ অনুভৱ। Conclusion:22 নৱেম্বৰত ছবি গৃহলৈ আহিব লগা ছবি আমিষ এতিয়া দৰ্শকে আঁকোৱালি লব নে নলয় সেয়া অন্য বিষয়। কিন্তু ৰাষ্ট্রীয় প্ৰেক্ষাপটত দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰা এই ব্যতিক্ৰমি ছবিয়ে ছবিৰ এক নতুন ধাৰা মুকলি কৰিব।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.