ETV Bharat / state

দিনৰ 11 বজাৰ মুখ্য দহটা বাতৰি

চাওঁক দিনৰ 11 বজাৰ মুখ্য দহটা বাতৰি

Top10 news
মুখ্য দহটা বাতৰি
author img

By

Published : Jul 26, 2020, 11:29 AM IST

দিনৰ 11 বজাৰ মুখ্য দহটা বাতৰি-

পাকিস্তানৰ মিছাৰ চৰিত্ৰ উদঙাই দিয়া এটা টেলিফোনিক বাৰ্তালাপ...

পাকিস্তানৰ নৃশংসতাৰ কাহিনী ৷ যুৱ কেপ্টেইন শ্বহীদ সৌৰভ কালিয়াৰ ওপৰত কৰা বৰ্বৰ অত্যাচাৰ সম্পৰ্কে কিছু কথা ৷ ন্যায় পালেনে ভাৰতীয় সেনা গৰাকীয়ে ?

ৰাজ্যত বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে কৰ'ণাই সৃষ্টি কৰিছে বিভীষিকাময় পৰিস্থিতিৰ ৷ আতংকিত হৈ পৰিছে জনতা ৷ প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৷

গোৰেশ্বৰত বিদ্যুৎ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ এজাহাৰ দাখিল । গাঁওখনৰ বিকল হোৱা ট্ৰান্সফৰ্মাৰ এটা সলাই দিয়াৰ দুদিন পাচতে বিকল হৈ পৰাক লৈ ক্ষোভিত স্থানীয় ৰাইজ ৷

কিশোৰী গৰাকীৰ সৈতে উক্ত অনুষ্ঠানলৈ যোৱা ব্যক্তি সকলক স্বাস্থ্য বিভাগে চিনাক্ত কৰি এখন দিঘলীয়া তালিকা প্ৰস্তুত কৰাৰ লগতে কিশোৰী গৰাকীৰ সংস্পৰ্শলৈ অহা ব্যক্তি সকলৰ পাঁচটা বাসগৃহ স্বাস্থ্য বিভাগে কনটেইনমেণ্ট জন হিচাপে ঘোষণা কৰিছে ।

ছাগলী চুৰ কৰি আৰক্ষীৰ জালত মৰাণৰ প্ৰাক্তন বিধায়ক কিৰণ গগৈৰ পুত্ৰ মানস প্ৰতীম গগৈ ৷ বিগত কিছুদিন ধৰি ডিব্ৰুগড়ৰ আলিয়াচুকৰ পৰা ছাগলী চুৰ কৰি অহা মানসক শনিবাৰে ৰাইজে মাৰ-ধৰ কৰি গতাই দিয়ে আৰক্ষীক ৷

আদিবাসী লোকসকলক জনজাতিকৰণৰ দাবীত প্ৰাণ আহুতি দিয়া আঠ জনকৈ আদিবাসী ছাত্ৰ সন্থাৰ কৰ্মীৰ পবিত্ৰ স্মৃতিত এই শ্বহীদ দিৱস প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে সংগঠনটোৱে ৷

২০১৯ ৰ ২৪ জুলাইৰ দিনটোলৈকে অসমত জাপানীজ এনকেফেলাইটিছত ৫২১ গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু ঘটিছিল ১১৮ গৰাকী লোকৰ ৷ এইবাৰ ২৪ জুলাই পৰ্যন্ত এই ৰোগত সমগ্ৰ ৰাজ্যখনত আক্ৰান্ত হৈছে ১৯৫ গৰাকী লোক আৰু প্ৰাণহানি হৈছে ২৭ গৰাকীৰ ৷

ঘটনাৰ বিৱৰণী অনুসৰি, মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত মৰিমুছলমান গাঁৱৰ হিফজুৰ আলীৰ ৩ বছৰীয়া পুত্ৰ চাব্বিৰ আহমেদে ঘৰৰ পাছফালে থকা পুখুৰীৰ পৰা হাঁহ আনিবলৈ গৈ পানীত পৰি মৃত্যুক সাবতি লয় ।

নলবাৰীৰ অগ্নি নিৰ্বাপক বাহিনীৰ 22 গৰাকী কৰ্মচাৰী কৰ’ণাত আক্ৰান্ত হয় ৷ তাৰ পাচতেই বিভাগটোৰ কাৰ্যালয়ক কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.