ETV Bharat / state

দুপৰীয়া 1 বজাৰ মুখ্য দহটা বাতৰি

চাওঁক দুপৰীয়া 1 বজাৰ মুখ্য দহটা বাতৰি

top10 news
মুখ্য দহটা বাতৰি
author img

By

Published : Jul 26, 2020, 1:04 PM IST

দুপৰীয়া 1 বজাৰ মুখ্য দহটা বাতৰি-

দেওবাৰে কোকৰাঝাৰত আটক দুগৰাকী এনডিএফবি প্ৰগতিশীল ধীৰেন বড়ো গোটৰ দুই সদস্য । অপহৰণ কৰিবলৈ আহি আৰক্ষীৰ জালত পৰা সদ্যভংগ এনডিএফবি প্ৰগতিশীলৰ সদস্য দুগৰাকী । আটক কৰা যুৱক দুজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা ৭.৬৫ এমএম পিষ্টল, এটা মেগজিন আৰু এজাঁই সজীৱ গুলী ।

বান পৰিস্থিতিয়ে জৰুলা কৰা চাপৰ অঞ্চল পৰিৰ্দশন প্ৰমীলা ৰাণী ব্ৰহ্মৰ ৷ বানাক্ৰান্তৰ লগত মত বিনিময় ৷ সমস্যা সামাধানৰ আশ্বাস প্ৰদান ৷

মথাউৰিত আশ্ৰয় লোৱা বন্যাৰ্তৰ অৱস্থাৰ বুজ লয় আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে । চৰকাৰক পৰ্যাপ্ত পৰিমাণে সাহায্য বিতৰণ কৰিবৰ বাবে দাবী জনাই ৷

উল্লেখ্য যে, পৌৰাণিক কিংবদন্তি অনুসৰি, আহাৰ মাহৰ পূৰ্ণিমা তিথিত সমুদ্ৰ মন্থন কৰোতে যি বিষৰ উদ্গীৰণ হৈছিল সেই বিষ পান কৰি ব্ৰহ্মাণ্ড ধ্বংস হোৱাৰ পৰা মহাদেৱে ৰক্ষা কৰিছিল ৷ বিষ পানৰ পাছত যন্ত্ৰণাত জৰ্জৰিত শিৱৰ সৰ্বশৰীৰৰ উপশমৰ বাবে দেৱকূলে বিভিন্ন উপায় অৱলম্বন কৰিও ব্যৰ্থ হৈছিল ৷

ৰাজ্যৰ স্বাস্থ্য বিভাগৰ এখন পয়ালগা ছবি ৷ চাপৰৰ ৰঙামাটি কোৱাৰেন্টাইন চেন্টাৰৰ টিনৰ বেৰৰ ওপৰৰে পাৰ হয় কোৱাৰেন্টাইনত থকা লোক ৷ সাধাৰণ ৰাইজৰ মাজত মুক্ত বিচৰণ কোৱাৰেন্টাইনত থকা লোকৰ । প্ৰশাসন ব্যৱস্থাৰ অৱহেলাৰ বাবে এনে কাৰ্য সংঘটিত হোৱাৰ অভিযোগ ৷ কোৱাৰেন্টাইন চেন্টাৰৰ সৈতে চলি থকা এনে কাৰ্যই বিপদ মাতিব পাৰে পাৰ্শ্বৱৰ্তী অঞ্চললৈ ।

ৰঙাপৰাত কিছুদিনৰ পৰা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে অপৰাধমূলক কাৰ্য-কলাপ ৷ এগৰাকী কিশোৰীক ভুৱা পৰিচয়েৰে প্ৰেমৰ জালত বন্দী কৰা এগৰাকী ব্যক্তিৰ চেষ্টাক ব্যৰ্থ কৰি স্থানীয় ৰাইজে ব্যক্তিগৰাকীক চমজাই দিছে আৰক্ষীক ৷ বিগত 7 জুলাইতো অনুৰূপ ঘটনা সংঘটিত হৈছিল অঞ্চলটোত ৷ এগৰাকী যুৱতীক বলপূৰ্বকভাৱে এজন যুৱকে ধৰ্মান্তকৰণৰ তথ্য পোহৰলৈ আহিছে ৷

ৰাজ্যত বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে কৰ'ণাই সৃষ্টি কৰিছে বিভীষিকাময় পৰিস্থিতিৰ ৷ আতংকিত হৈ পৰিছে জনতা ৷ প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৷

গোৰেশ্বৰত বিদ্যুৎ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ এজাহাৰ দাখিল । গাঁওখনৰ বিকল হোৱা ট্ৰান্সফৰ্মাৰ এটা সলাই দিয়াৰ দুদিন পাচতে বিকল হৈ পৰাক লৈ ক্ষোভিত স্থানীয় ৰাইজ ৷

পাকিস্তানৰ নৃশংসতাৰ কাহিনী ৷ যুৱ কেপ্টেইন শ্বহীদ সৌৰভ কালিয়াৰ ওপৰত কৰা বৰ্বৰ অত্যাচাৰ সম্পৰ্কে কিছু কথা ৷ ন্যায় পালেনে ভাৰতীয় সেনা গৰাকীয়ে ?

পাকিস্তানৰ মিছাৰ চৰিত্ৰ উদঙাই দিয়া এটা টেলিফোনিক বাৰ্তালাপ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.