দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি-
1. আয়ুৰ্বেদত দুগ্ধপানৰ গুৰুত্ব
2. খেলৰ জৰিয়তে শিক্ষা প্ৰদান
3. বানত ক্ষতিগ্ৰস্ত বৰপেটাৰ মৰাপাট খেতিয়কসকল
4. চাকৰি নিয়মীয়াকৰণৰ আশাত বন্দী পাঁচ শতাধিক হাইস্কুল ফিক্সড পে শিক্ষক
5. ডবকা সমবায় সমিতিত অৰ্থনৈতিক অপৰাধ শাখাৰ অভিযান
6. টীয়কত বেংক কৰ্মচাৰীৰ দেহত কৰ’ণা ভাইৰাছ
7. খাদ্য সংকটৰ সন্মুখীন ঐতিহাসিক মহামায়া মন্দিৰৰ কৰ্তৃপক্ষ
8. ভিজাগ গেছ নিৰ্গমন : এলজি-ৰ CEOক উচ্চ ন্যায়ালয়ৰ জামিন
9. কৰ্ণাটকৰ বিধায়ক বি সত্যনাৰায়ণৰ দেহৱসান
10. সুশান্তৰ আত্মহত্যা: উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব ৰিয়া চক্ৰৱৰ্তীৰ আবেদনৰ শুনানি