ETV Bharat / state

চিৰিয়াখানাত আৰম্ভ হ'ল অনলাইন টিকট ব্যৱস্থা

চিৰিয়াখানাৰ দৰ্শনাৰ্থীৰ বাবে সুখবৰ । এতিয়াৰে পৰা ঘৰত বহিয়েই অনলাইনৰ জৰিয়তে বুক কৰিব পাৰিব টিকট ।

চিৰিয়াখানাত আৰম্ভ হ'ল অনলাইন টিকট ব্যৱস্থা
author img

By

Published : Aug 20, 2019, 7:29 PM IST

গুৱাহাটী,20আগষ্টঃ বৰ্ধিত দৰ্শনাৰ্থীৰ সুবিধাৰ্থে বাবে অসম ৰাজ্যিক চিৰিয়াখানাই লৈছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এতিয়াৰে পৰা টিকটৰ বাবে শাৰী পাতিব নালাগে কোনো দৰ্শনাৰ্থীয়ে।কিয়নো এতিয়াৰে পৰা দৰ্শনাৰ্থীয়ে অনলাইন যোগেও টিকেট বুক কৰিব পাৰিব ৷ চাওক এক প্ৰতিবেদনঃ

চিৰিয়াখানাত আৰম্ভ হ'ল অনলাইন টিকট ব্যৱস্থা

গুৱাহাটী,20আগষ্টঃ বৰ্ধিত দৰ্শনাৰ্থীৰ সুবিধাৰ্থে বাবে অসম ৰাজ্যিক চিৰিয়াখানাই লৈছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এতিয়াৰে পৰা টিকটৰ বাবে শাৰী পাতিব নালাগে কোনো দৰ্শনাৰ্থীয়ে।কিয়নো এতিয়াৰে পৰা দৰ্শনাৰ্থীয়ে অনলাইন যোগেও টিকেট বুক কৰিব পাৰিব ৷ চাওক এক প্ৰতিবেদনঃ

চিৰিয়াখানাত আৰম্ভ হ'ল অনলাইন টিকট ব্যৱস্থা
Intro:চিৰিয়াখানাৰ দৰ্শনাৰ্থীৰ বাবে সু খবৰ । এতিয়াৰে পৰা ঘৰত বহিয়েই অনলাইনৰ জৰিয়তে বুক কৰিব পাৰিব টিকট ।


Body:Anchor...এতিয়াৰে পৰা চিৰিয়াখানালৈ আহিলে টিকটৰ বাবে দীঘলীয়া শাৰী পাতিব নালাগে । ঘৰত বহিয়েই অনলাইনৰ জৰিয়তে বুক কৰিব পাৰিব টিকট ।যি ব্যৱস্থা ৰ মুকলি কৰিছে চিৰিয়াখানাৰ কৰ্তৃপক্ষই ।

VO...বৰ্ধিত দৰ্শনাৰ্থীৰ সুবিধাৰ্থে বাবে অসম ৰাজ্যিক চিৰিয়াখানাই লৈছে এই পদক্ষেপ । এতিয়াৰে পৰা টিকটৰ বাবে শাৰী পাতিব নালাগে কোনো দৰ্শনাৰ্থীয়ে । কিয়নো এতিয়াৰে পৰা দৰ্শনাৰ্থীয়ে অনলাইন যোগেও টিকেট বুক কৰিব পাৰিব । এই কথা মঙলবাৰে সদৰী কৰে চিৰিয়াখানাৰ ডি এফ অ গৰাকীয়ে । তেওঁ লগতে কয় যে বৰ্তমান সময়ত চিৰিয়াখানালৈ অন্য ৰাজ্যৰ পৰা অনা হৈছে বহু সংখ্যক জন্ত্ত । এই সমূহ জন্তু ওচৰৰ পৰা চোৱাৰ উদ্দেশ্য ই আগমন ঘটিছে কেইবালক্ষাধিক পৰ্যটকৰ । কিন্তু বহু পৰ্যটকে টিকটৰ বাবে দীৰ্ঘ সময় অপেক্ষা কৰিব লগা হয় চিৰিয়াখানাত ।গতিকে এনে ব্যৱস্থা ৰ উপশম ঘটাবলৈ অনলাইন টিকেটৰ ব্যৱস্থা কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষই ।উল্লেখ্য যে অহা মাহত চিৰিয়াখানালৈ আহিব জেব্ৰা । যাৰ ফলত আৰু অধিক বৃদ্ধি পাব পৰ্যটকৰ । সেয়ে এতিয়াৰে পৰা দীঘলীয়া শাৰী পতাৰ পৰিবৰ্তে অনলাইনৰ জৰিয়তে ক্ৰয় কৰিব পাৰিব টিকট ।


বাইট


VO...চিৰিয়াখানা কৰ্তৃপক্ষৰ এই ব্যৱস্থাক শলাগ লৈছে সকলোৱে । অনলাইন টিকটৰ জৰিয়তে বহু দূৰ দূৰণিৰ দৰ্শনাৰ্থীৰ ও অতি সহজে চিৰিয়াখানাৰ জীৱ জন্তু প্ৰত্যক্ষ কৰিব পাৰিব ।



বাইট


VO...এই অনলাইন ব্যৱস্থাত কোনো লোকে টিকট ভুৱাকে লৈয়া প্ৰবেশ কৰিব নোৱাৰিব চিৰিয়াখানাত । চিৰিয়াখানাৰ এনে অনলাইন ব্যৱস্থাই কৰ্তৃপক্ষৰ লগতে দৰ্শনাৰ্থীকো দিছে সুবিধা ।


Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.