ETV Bharat / state

কলাক্ষেত্ৰত স্বৰ্গদেউ সৰ্বানন্দ সিংহ স্মাৰক বঁটা প্ৰদান অনুষ্ঠান - Sarbananda Singha

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু সদৌ অসম মটক সন্মিলনৰ সহযোগত অনুষ্ঠিত কৰা হৈছে এই অনুষ্ঠানৰ ৷ এই অনুষ্ঠানত অসম চৰকাৰৰ হৈ বঁটা প্ৰদান কৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু সাংস্কৃতিক মন্ত্ৰী নৱ দলে ৷

কলাক্ষেত্ৰত স্বৰ্গদেউ সৰ্বানন্দ সিংহ স্মাৰক বঁটা প্ৰদান অনুষ্ঠান
author img

By

Published : May 26, 2019, 6:16 PM IST

গুৱাহাটী, ২৬ মে': মহানগৰীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰৰ 'স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা' প্ৰদান অনুষ্ঠান ।

উল্লেখ্য যে স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবে অসম চৰকাৰে ২০১৯ বৰ্ষৰ পৰা প্ৰৱৰ্তন কৰিছে 'স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা' ৷ ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত অৱদান আগবঢ়াই অহা এগৰাকী বিশিষ্ট ব্যক্তিক প্ৰতি তিনি বছৰৰ মূৰে মূৰে আগবঢ়াব এই বঁটা ৷ ২০১৯ বৰ্ষৰ অসম চৰকাৰে এই বঁটা প্ৰদান কৰিছে বিশিষ্ট সাহিত্যিক সুশীল কুমাৰ গগৈক, 'স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা'ত আছে ২ লাখ টকাৰ লগতে এখনি প্ৰশস্তিপত্ৰ আৰু এখন অংগবস্ত্ৰ ৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু সদৌ অসম মটক সন্মিলনৰ সহযোগত অনুষ্ঠিত কৰা হৈছে এই অনুষ্ঠানৰ ৷ এই অনুষ্ঠানত অসম চৰকাৰৰ হৈ বঁটা প্ৰদান কৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু সাংস্কৃতিক মন্ত্ৰী নৱ দলে ৷

কলাক্ষেত্ৰত স্বৰ্গদেউ সৰ্বানন্দ সিংহ স্মাৰক বঁটা প্ৰদান অনুষ্ঠান
etv bharat Assam

লগতে আন এটা বাতৰি - কলাত পঞ্চম স্থান দখল কৰা ডুমডুমাৰ শ্ৰুতিলৈ দল-সংগঠনৰ সম্বৰ্ধনা

a_ghy_802_26may_sargadaw_sarbanand_photo_7204039
মহানগৰীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছে স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস ও বঁটা প্ৰদান অনুষ্ঠান ৷ স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবে অসম চৰকাৰে ২০১৯ বৰ্ষৰ পৰা প্ৰযোজ্য হোৱাকৈ প্ৰৱৰ্ত্তন কৰিছে 'স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা' ৷ ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত অৱদান আগবঢ়াই অহা এগৰাকী বিশিষ্ট ব্যক্তিক প্ৰতি তিনি বছৰৰ মূৰত আগবঢ়োৱা হ'ব এই বঁটা ৷ ২০১৯ বৰ্ষৰ এই বঁটা প্ৰদান কৰা হৈছে বিশিষ্ট সাহিত্যিক সুশীল কুমাৰ গগৈক ৷ এই বঁটাত আছে নগদ ২ লাখ টকাৰ লগতে এখনি প্ৰশস্তিপত্ৰ আৰু অংগবস্ত্ৰ ৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু সদৌ অসম মটক সন্মিলনৰ সহযোগত অনুষ্ঠিত কৰা হৈছে এই অনুষ্ঠানৰ ৷ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অনুপস্থিতিত অসম চৰকাৰৰ হৈ বঁটা প্ৰদান কৰিব শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু সাংস্কৃতিক মন্ত্ৰী নৱ দলে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.