ETV Bharat / state

মালিগাঁৱত যানবাহন সম্পৰ্কে সজাগতা অনুষ্ঠান

author img

By

Published : Jun 4, 2019, 8:42 PM IST

'PRODIGY COMMUNICATIONS' নামৰ সংস্থাটোৱে ৰাইজক যানবাহন আইন সম্পৰ্কে জনোৱাৰ লক্ষ্যৰে বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ত সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰি আহিছে । আজিৰ সজাগতা অনুষ্ঠানত বিদ্যালয়খনত প্ৰায় ২০০ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

মালিগাঁৱত যানবাহন সম্পৰ্কে সজাগতা অনুষ্ঠান

গুৱাহাটী, ৪ জুনঃ মালিগাঁৱৰ ছেইন্ট বিবেকানন্দ ইংলিছ একাডেমীত 'PRODIGY COMMUNICATIONS' নামৰ সংস্থাটোৰ লগতে যানবাহন আৰক্ষীৰ উদ্যোগত এক সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয় । ৰাইজ তথা ছাত্ৰ-ছাত্ৰীক যান-বাহন সম্পৰ্কে সজাগ কৰাৰ উদ্দেশ্যে আয়োজন কৰা হয় এই অনুষ্ঠানৰ ।

'PRODIGY COMMUNICATIONS' নামৰ সংস্থাটোৱে ৰাইজক যানবাহন আইন সম্পৰ্কে জনোৱাৰ লক্ষ্যৰে বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ত সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰি আহিছে । আজিৰ সজাগতা অনুষ্ঠানত বিদ্যালয়খনত প্ৰায় ২০০ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । লগতে এই সজাগতা সভাত আৰক্ষী বিষয়া প্ৰণৱজ্যোতি গোস্বামীয়ে যানবাহন আইন সম্পৰ্কে ভাষণ প্ৰদান কৰে । চিটবেল্ট লগোৱা, হেলমেটৰ প্ৰয়োজনীয়তা, জেব্ৰা ক্ৰছিং আদিৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক জনায় গোস্বামীয়ে ।

লগতে আন এটা বাতৰি- 39 ৰাষ্ট্ৰীয় ৰাইফল্চৰ তত্ত্বাবধানত বেকাৰী প্ৰকল্প

Intro:মংগলবাৰে মহানগৰীৰ মালিগাঁওস্থিত ছেইন্ট বিবেকানন্দ ইংলিছ একাডেমীত 'PRODIGY COMMUNICATIONS' নামৰ সংস্থা আৰু যানবাহন আৰক্ষী বিভাগৰ উদ্যোগত এক সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয়। যানবাহন আইনৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীক সজাগ কৰাৰ উদ্দেশ্যে আয়োজন কৰা হয় এই অনুষ্ঠানৰ। তৃণ পৰ্যায়ৰ পৰায়ে ৰাইজক যানবাহন আইন সম্পৰ্কে জনোৱাৰ লক্ষ্যৰে বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ত এই সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰি আছে সংস্থাটোৱে। ইফালে এই অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰায় ২০০ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ভিজিলেঞ্চ আৰু এন্টি কৰাপচনৰ SP প্ৰণৱজ্যোতি গোস্বামীয়ে যানবাহন আইন সম্বন্ধে ভাষণ প্ৰদান কৰে। চিটবেল্ট লগোৱা, হেলমেটৰ প্ৰয়োজনীয়তা, জেব্ৰা ক্ৰছিং আদি বিভিন্ন নিয়ম ছাত্ৰ-ছাত্ৰীসকলক জনাই গোস্বামীয়ে।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.