ETV Bharat / state

লক ডাউন ভংগঃ ৰঙিয়াত আটক 20 জন - অসম আৰক্ষী

লক ডাউন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী ৷ ৰঙিয়াত লক ডাউন ভংগ কৰি ওলাই অহা ২০ জনকৈ লোকক আটক কৰিছে আৰক্ষীয়ে ।

assam-police-strict-to-them-who-break-lock-down-rules
লক ডাউন ভংগঃ ৰঙিয়াত আটক 20 জন
author img

By

Published : Apr 26, 2020, 12:03 PM IST

Updated : Apr 26, 2020, 12:11 PM IST

ৰঙিয়া, 26 এপ্ৰিল : ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলত লক ডাউন কিছু শিথিল কৰিলেও প্ৰয়োজন নোহোৱাকৈ লক ডাউনৰ নিৰ্দেশনাক উলংঘা কৰি ওলাই অহা সকলৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী ৷ কৰ‘ণা ভাইৰাছৰ প্ৰভাৱ নপৰা জিলা সমূহক গ্ৰীণ জ'নত অন্তৰ্ভুক্ত কৰি লক ডাউন কিছু শিথিল কৰিলেও বান্ধি দিছে কিছুমান সতৰ্কতামূলক নিৰ্দেশাৱলী ৷

লক ডাউন ভংগঃ ৰঙিয়াত আটক 20 জন

লক ডাউন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱা দেখা গৈছে ৰঙিয়াৰ তুলসীবাৰী আৰক্ষীক । সামাজিক দুৰত্ব বজাই নৰখাৰ লগতে মাস্ক পৰিধান নকৰাকৈ ৰাজপথত ওলাই অহা লোকক আটক কৰিছে তুলসীবাৰী আৰক্ষীয়ে । দেওবাৰে তুলসীবাৰী বজাৰত লক ডাউন ভংগ কৰি ওলাই অহা প্ৰায় ২০ জনকৈ লোকক আটক কৰিছে আৰক্ষীয়ে । লক ডাউন ভংগকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে লৈছে নিজাববীয়াকৈ গোচৰ।

উল্লেখ যে,ৰঙিয়াৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্ততো অনুৰূপ ধৰণেই লক ডাউন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী ৷

লগতে পঢ়ক :ফেব্ৰুৱাৰীত ৩ চীনা নাগৰিকক কোৱাৰেন্টাইনত ৰাখিছিল অসম আৰক্ষীয়েঃ মুখ্যমন্ত্ৰী সোণোৱাল

Last Updated : Apr 26, 2020, 12:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.