ETV Bharat / state

কৰ’ণা আতংকঃ পিছুওৱা নহয় বিধানসভাৰ বাজেট অধিৱেশন - বিধানসভাৰ বাজেট অধিৱেশন 2020

কৰ’ণা আতংকৰ বাবে পিছুওৱা নহয় বিধানসভাৰ বাজেট অধিৱেশনৰ বাকী ৰৈ যোৱা দিনকেইটাৰ কাৰ্যক্ৰমণিকা ৷ ইয়াৰ বিপৰীতে অৱলম্বন কৰা হ’ব কেতবোৰ সাৱধানতা ৷

Assam Parliament Budget session will not ne postpond for Corona
কৰ’ণা আতংকৰ বাবে পিছুওৱা নহয় বিধানসভাৰ বাজেট অধিৱেশনৰ কাৰ্যক্ৰমণিকা
author img

By

Published : Mar 20, 2020, 6:41 PM IST

গুৱাহাটী,20 মাৰ্চঃ ৰাজ্য চৰকাৰে কৰ’ণা ভাইৰাছ আতংকৰ বাবে বন্ধ ঘোষণা কৰিছে চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানসমূহৰ লগতে জনতাৰ সমাগম ৷ কিন্তু পিছুওৱা নহয় বিধানসভাৰ বাজেট অধিৱেশনৰ বাকী ৰৈ যোৱা দিনকেইটাৰ কাৰ্যক্ৰমণিকা ৷ ইয়াৰ বিপৰীতে অৱলম্বন কৰা হ’ব কেতবোৰ সাৱধানতা ৷ শুকুৰবাৰে এই কথা ঘোষণা কৰে বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে ৷ উল্লেখ্য যে,অধিৱেশনৰ সময়ছোৱাত বিধানসভা চৌহদত মুখ্যমন্ত্ৰী,বিধানসভাৰ অধ্যক্ষকে আদি কৰি কোনো লোকেই গাড়ীৰে প্ৰৱেশ কৰিব নোৱাৰিব ৷ সকলোকে প্ৰৱেশদ্বাৰত থাৰ্মমিটাৰেৰে পৰীক্ষা কৰাৰ পিছতহে বিধানসভাত প্ৰৱেশ কৰিবলৈ দিয়া হ’ব ৷ প্ৰতিটো বিভাগৰ এজনকৈ বিষয়াহে সদনত উপস্থিত থাকিব পাৰিব ৷ আনহাতে,বিধানসভাৰ বাকী দিনকেইটাত দৰ্শকৰ প্ৰৱেশ নিষিদ্ধ থাকিব বিধানসভা চৌহদত ৷

কৰ’ণা আতংকৰ বাবে পিছুওৱা নহয় বিধানসভাৰ বাজেট অধিৱেশনৰ কাৰ্যক্ৰমণিকা

লগতে পঢ়ক-ৰঙালী বিহুৰ বতৰতে কৰ'নাৰ আতংকঃ কি কৰিব শিল্পী বিপিন চাওদাঙে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.