ETV Bharat / state

নামনি-সোৱণশিৰি প্ৰকল্পক লৈ উচ্চতম ন্যায়ালয়ত আবেদনঃ অসম সন্থাৰ

author img

By

Published : Aug 30, 2019, 3:17 PM IST

নেশ্বনেল গ্ৰীণ ট্ৰিবিউনেল(এনজিটি) দ্বাৰা অসম-অৰুণাচল প্ৰদেশ সীমান্তত 2000 মেগাৱাটৰ নামনি-সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে অসম স্থিতিত সংগঠনৰ উচ্চতম ন্যায়ালয়ত আবেদন ৷

নামনি-সোৱণশিৰি প্ৰকল্পক লৈ উচ্চতম ন্যায়ালয়ত আবেদনঃ অসম সন্থাৰ

নিউজ ডেস্ক, 30 আগষ্টঃ নামনি-সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ অসম সন্থা ৷ আমি বান্ধ বিৰোধী নহয়, কিন্তু এই প্ৰকল্পক লৈ আমি সন্তুষ্ট নহয় ৷ এই প্ৰকল্পত সালন-সলনিৰ প্ৰয়োজন বুলি উল্লেখ কৰে সংগঠনটোৰ শীৰ্ষ নেতা প্ৰদীপ কুমাৰ ভূঁঞাই ৷ লগতে কয়,বৰ্তমানৰ আন্তঃগাঁথনি মতে যদি এই বান্ধ গঠন কৰা হয় তেন্তে ৰাজ্যখনৰ নামনিৰ অংশৰ বাবে বিপদ সৃষ্টি কৰিব ৷ আনহাতে এই প্ৰকল্পই কেৱল মানৱ জীৱনলৈ নহয় বিভিন্ন বিলুপ্ত প্ৰায় প্ৰজাতিৰ বাবেও কঢ়িয়াই আনিব ভাবুকি ৷

উল্লেখ্য যে,নেশ্বনেল গ্ৰীণ ট্ৰিবিউনেলে শেহতীয়াকৈ এই বান্ধকলৈ পৰ্যটন আৰু বন বিভাগৰ দ্বাৰা গঠিত তিনিজনীয়া সদস্যক নিজৰ সন্মতি প্ৰদান কৰিছিল ৷ ৰাজ্যত এই মেগা জলবিদ্যুৎ প্ৰকল্পকলৈ ব্যাপক বিৰোধিতাৰ পিচতেই পৰামৰ্শ দিয়াৰ বাবে গঠন কৰা হৈছিল এই সমিতিৰ ৷ কিন্তু ৰাজ্যৰ অসম পাব্লিক ৱৰ্কছ নামৰ সংগঠনটোৱে এই বৃহৎ নদীবান্ধ প্ৰকল্পৰ বিৰুদ্ধে আন্দোলনৰ নেতৃত্ব বহন কৰি ড0 প্ৰভাস পাণ্ডে,ড0 আইডী গুপ্তা আৰু পিএম স্কটৰ সমিতিয়ে এই সন্দৰ্ভত পক্ষপাতমূলক প্ৰতিবেদন প্ৰকাশ কৰাৰ অভিযোগ উত্থাপন কৰিছিল সংগঠনটোৱে ৷

ইপিনে এই জলবিদ্যুৎ প্ৰকল্পটোক লৈ ভূঁঞাই কয়,এই প্ৰকল্পটোত বানপানী ৰোধ কৰাৰ ক্ষেত্ৰত থাকিবলগীয়া একো উপাদান নাই ৷ পূৰ্বৰ পৰাই এই অঞ্চলৰ লোক সকলে এই নদীৰ ওপৰতেই নিজৰ জীৱন নিৰ্বাহ কৰি আহিছে ৷ গতিকে যদি আশা কৰা অনুসৰি যদি এই প্ৰকল্প নিৰ্মাণ কৰা হয় তেন্তে এই অঞ্চলৰ লোকসকলৰ জীৱন-নিৰ্বাহ সম্পূৰ্ণ ৰূপে সলনি হৈ পৰিব বুলি উল্লেখ কৰে ৷

উল্লেখ্য যে,নেশ্বনেল গ্ৰীণ ট্ৰিবিউনেলৰ পক্ষত শুনানী দিয়াৰ পাচতেই পুনৰ উচ্চ ন্যায়ালয়ত সংগঠনটোৱে দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সংগঠনটোৱে ৷

Intro:New Delhi: Days after the National Green Tribunal (NGT) has given a go ahead to the 2000 MW mega Lower Subansiri Hydropower Project along Assam-Arunachal Pradesh border, Assam based organisation has decided to approach the Supreme Court against the existing project.

Body:"...We are not against the dam. We want changeover in the existing project," said Pradip Kumar Bhuyan, petitioner in the case.

Bhuyan said that if the dam is constructed in the present format, the entire lower stream will be in danger. "Not only the people, various endangered species in the Subansiri river will be in danger," said Bhuyan.

The NGT had recently gave its approval to a three member committee set up by the Ministry of Environment and Forests. The committee was set up to give recommendations over the mega project following widespread protest against the same.

Conclusion:State based organisation, Assam Public Works (APW), spearheading the movement against the dam has alleged that the members including Dr Prabhas Pande, Dr ID Gupta and PM Scott had given biased report over the project.

"The hydro power project has no effective flood control component. The riparian people have a naturally flowing bio diverse river from ages. But if the Subansiri project is completed as a peaking dam as planned, the riparian people will be deprived even from the flowing river which is their life throb," said Bhuyan.

Although APW had earlier approached SC, it has again decided to approach the apex court after the NGT gave its order in favour of the project in its existing format.

end.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.