ETV Bharat / state

মালিগাঁৱত ৰে'ল কৰ্মচাৰীৰ অধিৱেশন

কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যাৰ লগতে পদোন্নতি বিষয়ৰ ওপৰত আলোচনা কৰা হয় এই অধিবেশনত । শেহতীয়াকৈ কৰ্মচাৰীসকলে ভোগ কৰা সমস্যাসমূহ সমাধান কৰাৰ বাবে ৰে'ল কৰ্তৃপক্ষক জনোৱাৰ এক সিন্ধান্ত গ্ৰহণ কৰে এই অনুষ্ঠানত ।

author img

By

Published : Jun 1, 2019, 9:21 PM IST

মালিগাঁও ৰং ভৱনত উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ বাৰ্ষিক অধিৱেশন

গুৱাহাটী, ১ জুনঃ মহানগৰীৰ মালিগাঁও ৰং ভৱনত উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ প্ৰমোটি অফিচাৰ্চ এছোচিয়েচনৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয় ।কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যাৰ লগতে পদোন্নতি বিষয়ৰ ওপৰত আলোচনা কৰা হয় এই অধিৱেশনত । শেহতীয়াকৈ কৰ্মচাৰীসকলে ভোগ কৰা সমস্যাসমূহ সমাধান কৰাৰ বাবে ৰে'ল কৰ্তৃপক্ষক জনোৱাৰ এক সিন্ধান্ত গ্ৰহণ কৰে এই অনুষ্ঠানত । ইফালে এই অধিবেশনত কৰ্মচাৰী সন্থাৰ এখন নতুন সমিতিও গঠন কৰে । চান্দাময় ভট্টাচাৰ্যক সভাপতি আৰু এল মিন সিনহাক সাধাৰণ সম্পাদক দায়িত্ব অৰ্পণ কৰা হয় ৷

মালিগাঁও ৰং ভৱনত উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ বাৰ্ষিক অধিৱেশন

লগতে আন এটা বাতৰি- ৰঙিয়াত ৰে'লৱেৰ পৰীক্ষাৰ প্ৰশিক্ষণ শিবিৰ মুকলি আছুৰ

Intro:শণিবাৰে মহানগৰীৰ মালিগাঁও ৰং ভৱনত উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ প্ৰমোটি অফিচাৰ্চ এছোচিয়েচনৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়। কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যাৰ লগতে পদোন্নতি বিষয়ৰ ওপৰত আলোচনা কৰা হয় এই অধিবেশনত। শেহতীয়াকৈ কৰ্মচাৰীসকলে ভোগ কৰা সমস্যাসমূহ সমাধান কৰাৰ বাবে ৰেল কৰ্তৃপক্ষক আবেদন জনোৱাৰ এক সিন্ধান্ত লোৱা হয় এই অনুষ্ঠানত। ইফালে এই অধিবেশনত কৰ্মচাৰী সন্থাৰ এখনি নতুন সমিতিও গঠন কৰা হয়। চান্দাময় ভট্টাচাৰ্যক সভাপতি আৰু এল মিন সিনহাক সাধাৰণ সম্পাদক ৰূপে লৈ গঠন কৰা হয় কমিটিখনে। উল্লেখযোগ্য যে কৰ্মচাৰীৰ সমস্যাৰ সমাধানৰ বাবে পদক্ষেপ ল'ব বুলি মন্তব্য কৰে সন্থাৰ নৱনিযুক্ত সভাপতি চান্দাময় ভট্টাচাৰ্যই।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.