গুৱাহাটী, ৩০ জুলাইঃ গুৱাহাটীৰ শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মঞ্চস্থ হ'ব 'মূৰ্ত-বিমূৰ্ত নীল-দিপালী' এখন বিশেষ নাট । নীলপৱন বৰুৱা আৰু দিপালী বৰঠাকুৰৰ বিৰল প্ৰেমৰ আধাৰত নিৰ্মাণ কৰা হৈছে নাটখন ।
শংকৰদেৱ প্ৰেক্ষাগৃহত 'মূৰ্ত-বিমূৰ্ত নীল-দিপালী' - 'মূৰ্ত-বিমূৰ্ত নীল-দিপালী'
নীলপৱন বৰুৱা আৰু দিপালী বৰঠাকুৰৰ বিৰল প্ৰেম আৰু দুয়োৰে জীৱনৰ আধাৰত প্ৰস্তুত কৰা হৈছে এখন বিশেষ নাট । অহা ৬ আগষ্টত মহানগৰীৰ শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মঞ্চস্থ কৰা হ'ব নাটখন ।
![শংকৰদেৱ প্ৰেক্ষাগৃহত 'মূৰ্ত-বিমূৰ্ত নীল-দিপালী'](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3984522-thumbnail-3x2-d.jpg?imwidth=3840)
শংকৰদেৱ প্ৰেক্ষাগৃহত 'মূৰ্ত-বিমূৰ্ত নীল-দিপালী'
গুৱাহাটী, ৩০ জুলাইঃ গুৱাহাটীৰ শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মঞ্চস্থ হ'ব 'মূৰ্ত-বিমূৰ্ত নীল-দিপালী' এখন বিশেষ নাট । নীলপৱন বৰুৱা আৰু দিপালী বৰঠাকুৰৰ বিৰল প্ৰেমৰ আধাৰত নিৰ্মাণ কৰা হৈছে নাটখন ।
শংকৰদেৱ প্ৰেক্ষাগৃহত 'মূৰ্ত-বিমূৰ্ত নীল-দিপালী'
শংকৰদেৱ প্ৰেক্ষাগৃহত 'মূৰ্ত-বিমূৰ্ত নীল-দিপালী'
Intro:নীলপৱন বৰুৱা আৰু দিপালী বৰঠাকুৰৰ বিৰল প্ৰেম। এই বিৰল প্ৰেম আৰু দুয়োৰে জীৱনৰ আধাৰত প্ৰস্তুত কৰা হৈছে এখন বিশেষ নাট। অহা ৬ আগষ্টত মহানগৰীৰ শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মঞ্চস্থ কৰা হ'ব এই বিশেষ নাটখন। 'মূৰ্ত-বিমূৰ্ত নীল-দিপালী' নামৰ এই নাটখন ৰচনা আৰু পৰিচালনা কৰিছে বিনোদ শৰ্মাই। সোমবাৰে মহানগৰীৰ বৰিপাৰাত মঞ্চস্থ কৰা হয় নাটখনি। ইফালে অহা ২ তাৰিখে বান থিয়েটাৰৰ মঞ্চত মঞ্চস্থ হ'ব এই বিশেষ নাটখনি। যুৱ প্ৰজন্মক বিশেষকৈ দিপালী বৰঠাকুৰ আৰু নীলপৱন বৰুৱাৰ জীৱন ধাৰাৰ বিষয়ে নাট্য আকাৰে জনোৱাৰ উদ্দেশ্যৰে গন্ধৰ্ব নাট্যগোষ্ঠীয়ে প্ৰস্তুত কৰি উলিয়াইছে এই নাটখন। নাটখনি ৰাইজে আদৰি ল'ব বুলি সম্পূৰ্ণ আশাবাদী কলা-কুশলীসকল।Body:Hirul Haque Conclusion:Guwahati