ETV Bharat / state

Assam HS result 2023 : আজি পুৱা ৯ বজাত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল

author img

By

Published : Jun 6, 2023, 6:20 AM IST

Updated : Jun 6, 2023, 6:35 AM IST

অৱশেষত আজি অন্ত পৰিব প্ৰতিক্ষাৰ ৷ আজি পুৱা ৯ বজাৰ‌ লগে লগে ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল (Assam HS result 2023 to be declared today at 9 AM)।‌ টুইটযোগে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে এই কথা ৷

Assam HS result 2023
অৱশেত আজি অন্ত পৰিব প্ৰতিক্ষাৰ

নিউজ ডেস্ক, ৬ জুন : বহু জল্পনা-কল্পনাৰ অন্তত অৱশেষত আজি ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ।‌ পুৱা ৯ বজাৰ‌ লগে লগেই পৰীক্ষাৰ ফলাফল লাভ কৰিব শিক্ষাৰ্থীসকলে (Assam HS result 2023 to be declared today at 9 AM) । টুইটযোগে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

৯ টাকৈ ৱেবচাইটযোগে পৰীক্ষাৰ্থীয়ে চাব পাৰিব ফলাফল । পুৱা ৯ বজাত তলত উল্লেখ কৰা ৱেবছাইটত উপলব্ধ হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ।

1. https://ahsec.assam.gov.in

2. http:/www.indiaresults.com/

3. https:/assamjobalerts.com/

4.https://iresults.net

5.https://exametc.com

6.https:/www.assamresult.co.in/

7. https:/www.results.shiksha/

8. https:/www.assamresult.in/

9. https://iresults.in

  • Today at 9 am, the Assam Higher Secondary Education Council will announce the results of the Higher Secondary Examination for the year 2023. The results can be viewed on the following website ;-

    1. https://t.co/8tc6xF9ead
    2. http:/www.indiaresults.com/
    3.…

    — Himanta Biswa Sarma (@himantabiswa) June 5, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখযোগ্য যে, এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল অভিলেখ সংখ্যক পৰীক্ষাৰ্থীয়ে । সৰ্বমুঠ ৩ লাখ ৪২ হাজাৰ ৮৬৯ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত । আনহাতে, ২০২২ চনত ২ লাখ ৫ হাজাৰ ৬২৫ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ।

২০২৩ বৰ্ষত কলা শাখাত অৱতীৰ্ণ হৈছিল ২ লাখ ৭২ হাজাৰ ৫২৯ গৰাকী শিক্ষাৰ্থী, বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছিল ৪৭ হাজাৰ ৪৮৫ গৰাকী শিক্ষাৰ্থী আৰু বাণিজ্য শাখাত অৱতীৰ্ণ হৈছিল ১৫ হাজাৰ ১৯৯ গৰাকী শিক্ষাৰ্থী । ৰাজ্যৰ মুঠ ৮৫৬ টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল এইবাৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ।

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখৰ পৰা আৰম্ভ হৈ মাৰ্চৰ ২০ তাৰিখ সোমবাৰে অন্ত পৰিছিল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা (HS Final Examination) । আনহাতে, ব্যৱহাৰিক পৰীক্ষাসমূহ ২৫ জানুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈছিল (HSLC exam 2023)।

পৰীক্ষাৰ সময়সূচী অনুসৰি, ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল ইংৰাজী বিষয়ৰ পৰীক্ষা । ২৩ ফেব্ৰুৱাৰীত পদাৰ্থ বিজ্ঞান, শিক্ষা বিষয়ৰ পৰীক্ষা, ২৫ ফেব্ৰুৱাৰীত অৰ্থনীতি বিষয়ৰ পৰীক্ষা, ২৮ ফেব্ৰুৱাৰীত ৰাজনীতি বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান বিষয়াৰ পৰীক্ষা, ২ মাৰ্চত ভাতৃভাষা বিষয়ৰ পৰীক্ষা, ৬ মাৰ্চত বুৰঞ্জী আৰু জীৱ বিজ্ঞান বিষয়ৰ পৰীক্ষা, ৯ মাৰ্চত গণিত বিষয়ৰ পৰীক্ষা, ১১ মাৰ্চত মনোবিজ্ঞান, তৰ্ক আৰু দৰ্শন বিষয়ৰ পৰীক্ষা, ১৫ মাৰ্চত ভূগোল বিষয়ৰ পৰীক্ষা, ২০ মাৰ্চত হোম চাইঞ্চৰ পৰীক্ষা অনুষ্ঠিত হৈছিল ।

লগতে পঢ়ক : HSLC results 2023: সদ্য ঘোষিত মেট্ৰিকৰ ফলাফলক লৈ সন্তুষ্ট ডাঃ ৰণোজ পেগু

Last Updated : Jun 6, 2023, 6:35 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.