ETV Bharat / state

গ্ৰীষ্মৰ আগমণ

author img

By

Published : Mar 8, 2019, 10:37 PM IST

থলুৱা শীতল পানীয় ব্যৱসায়ীৰ তৎপৰতা

গ্ৰীষ্মৰ আগমণ

৮ মাৰ্চ, ফেব্ৰুৱাৰীঃ ফাগুন মাহৰ শেষৰ ফালে মহানগৰীলৈ ক্ৰমাৎগ্ৰীষ্মৰ আগমণ ঘটিছে । শীতৰ দিন শেষ হোৱাৰ সংকেট পাই গ্ৰীষ্মৰ প্ৰকোপৰ পৰা হাত সাৰিবলৈ ভিন্ন পন্থা লৈছে মহানগৰবাসীয়ে। দিনটোৰ প্ৰখৰ ৰ'দত কুঁহিয়াৰ ৰস আৰু নাৰিকলৰ পানী খাই পিয়াঁহ পলুৱাইছে ৰাইজে।

গ্ৰীষ্মৰ আগমণ

আনহাতে গৰমৰ দিন অহাৰ লগে লগে সকাহ পাইছে শীতল পানীয় ব্যৱসায়ী সকলে । গৰম দিন আহিলেই ঘৰখনৰ বাবে উপাৰ্জন কৰিব পাৰে পৰ্যাপ্ত । বিক্ৰীৰ চাহিদা বঢ়াৰ লগে লগে উপাৰ্জন বৃদ্ধি হয় ব্যৱসায়ী সকলৰ । উল্লেখ্য যে গৰমৰ দিনে এইবাৰ কিদৰে প্ৰভাৱ পেলাব ইতিমধ্যে ইয়াৰ উমান পোৱা গৈছে কাৰণ বাঢ়ি অহা গোলকীয় উষ্ণতাই এতিয়া প্ৰভাৱ পেলাইছে সমগ্ৰ পৃথিৱীত।

Intro:ফাগুন মাহৰ শেষৰ ফালে নামিছে গৰম। গৰমে দহিছে এতিয়া মহানগৰবাসীক ।শীতৰ দিন শেষ হোৱাৰ সংকেত দিলে যেন এতিয়া মহানগৰীত। দিনটোৰ প্ৰখৰ ৰদত কুঁহিয়াৰ ৰস আৰু নাৰিকলৰ পানী খাই পিয়াঁহ পলুৱালে।

Body:কৰ্ম ব্যস্ততাৰ মাজত গৰমৰ অনুভৱ কৰিছে সকলোৱে। কৰ্মস্থলিলৈ যোৱাৰ পথত অথবা ঘৰৰ পৰা কুঁহিয়াৰৰ ৰস আৰু নাৰিকল পানী খাবলৈ আহিছে সকলোৱে।
Bite.-গ্ৰাহক।
আনহাতে গৰমৰ দিন অহাৰ লগে লগে যেন সকাহ পাইছে এইসকল ব্যবসায়ীয়ে। গৰম দিন আহিলেই যেন ঘৰ খনৰ বাবে উপাৰ্জন কৰিব পাৰে পৰ্যাপ্ত। বিক্ৰীৰ চাহিদা বঢ়াৰ লগে লগে যেন উপাৰ্জন বৃদ্ধি হয় তেওঁলোকৰ।
Bite.-বিক্রেতা।

Conclusion:গৰমৰ দিনে এইবাৰ পিছে কেনেকৈ মহানগৰবাসীক দহিব তাৰ উমান মহানগৰ বাসীয়ে পাইছে। কাৰণ বাঢ়ি অহা গোলকীয় উষ্ণতাই এতিয়া প্ৰভাৱ পেলাইছে সমগ্ৰ পৃথিৱীত।

Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.