ETV Bharat / state

শিক্ষাবিদ কমল চন্দ্ৰ গোস্বামীৰ দেহাৱসান - দেহাৱসান

সোমবাৰে নিশা গুৱাহাটীৰ খানাপাৰাস্থিত গৃহত বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে কমল চন্দ্ৰ গোস্বামীয়ে

শিক্ষাবিদ কমল চন্দ্ৰ গোস্বামীৰ দেহাৱসান
author img

By

Published : May 14, 2019, 2:26 PM IST

গুৱাহাটী, 14 মেঃ সোমবাৰে নিশা আদি এলেঙী সত্ৰৰ সত্ৰাধিকাৰ লগতে শিক্ষাবিদ কমল চন্দ্ৰ গোস্বামীৰ দেহাৱসান ৷ গুৱাহাটীৰ খানাপাৰাস্থিত গৃহত বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে ৷

etv bharat assam
শিক্ষাবিদ কমল চন্দ্ৰ গোস্বামীৰ দেহাৱসান

১৯২৩ চনত মাজুলীত জন্মগ্ৰহণ কৰিছিল প্ৰয়াত গোস্বামীয়ে ৷ পৰৱৰ্তী সময়ত কমল চন্দ্ৰ গোস্বামীয়ে নগাঁও মহাবিদ্যালয়ৰ উপাধ্যক্ষৰূপে ১৯৮৫ চনত অৱসৰ গ্ৰহণ কৰে ৷ অৱসৰৰ পিচতে নগাঁৱত গোপীনাথ দেৱ বাণিজ্য মহাবিদ্যালয় স্থাপন কৰে ৷

আদি এলেঙী সত্ৰৰ সত্ৰাধিকাৰ, শিক্ষাবিদ কমল চন্দ্ৰ গোস্বামীৰ দেহাৱসান ৷ মঙলবাৰে নিশা  গুৱাহাটীৰ খানাপাৰাস্থিত গৃহত বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ বিশিষ্ঠ শিক্ষাবিদ গৰাকীয়ে ৷ ১৯২৩ চনত মাজুলীত জন্মগ্ৰহণ কৰিছিল প্ৰয়াত গোস্বামীয়ে ৷ পৰবৰ্তী সময়ত নগাওঁ মহাবিদ্যালয়ৰ উপাধ্যক্ষৰূপে ১৯৮৫ চনত অৱসৰ গ্ৰহণ কৰে ৷ অৱসৰৰ পিছত নগাঁৱত স্থাপন কৰে  গোপীনাথ দেৱ বাণিজ্য মহাবিদ্যালয় ৷ DY365ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামী, চৰকাৰী বিষয়া অনুজ গোস্বামীৰ পিতৃ প্ৰয়াত গোস্বামী ৷

Lipika deka...Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.