ETV Bharat / state

মহানগৰীতো পালন ঈদ-উল-ফিতৰ

বিশ্ব শান্তি, প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ পবিত্ৰ দিনটোত আল্লাৰ ওচৰত সকলোৱে দোৱা কৰে ।

মহানগৰীত ঈদ-উল-ফিতৰ!
author img

By

Published : Jun 5, 2019, 9:54 PM IST

গুৱাহাটী, 5 জুনঃ সমগ্ৰ পৃথিৱীৰ লগতে মহানগৰীৰ মাছখোৱাস্থিত ঈদগাহ মৈদানত ঐক্যতা, শান্তি আৰু ভ্ৰাতৃত্ববোধৰ প্ৰাৰ্থনাৰে সহস্ৰাধিক লোকে ঈদৰ নামাজ পঢ়ে । বিশ্ব শান্তি, প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ পবিত্ৰ দিনটোত আল্লাৰ ওচৰত সকলোৱে দোৱা কৰে ।

মহানগৰীত ঈদ-উল-ফিতৰ!

আৰু পঢ়কঃ ঈদৰ দিনা মহানগৰীত এটি কণমানিৰ গছ পুলি বিতৰণ

সামূহিক নামাজৰ পিচত ইছলাম ধৰ্মাৱলম্বীলোকসকলে ইজনে সিজনক সাবটি ঈদ-উল-ফিতৰৰ শুভেচ্ছা জনায়।

Intro:সমগ্ৰ পৃথিৱীৰ লগতে বুধবাৰে গুৱাহাটীতো ঈদ-উল-ফিটাৰ পৰ্ব উদযাপন কৰা হয় ।

Body:মহানগৰীৰ মাছখোৱাস্থিত ঈদগাহ মৈদানত ঐক্যতা, শান্তি আৰু ভ্ৰাতৃত্ববোধৰ প্রাৰ্থনাৰে সহস্ৰাধিক লোকে পুৱা ৮:৩০ বজাত ঈদৰ নামাজ পঢ়িলে। সকলোৱে বিশ্ব শান্তি, প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ আল্লাৰ ওচৰত দোৱা কৰিলে।Conclusion:ঈদৰ নামাজ পঢ়াৰ পাছত ইছলাম ধৰ্মাৱলম্বীলোকসকলে ইজনে সিজনক সাবটি ঈদ-উল-ফিটাৰৰ শুভেচ্ছা জনায়।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.