ETV Bharat / state

"হীমেন্দ্ৰ বৰঠাকুৰৰ নাট্যসম্ভাৰ আৰু আলোচনা" শীৰ্ষক গ্ৰন্থ উন্মোচন

ডা: নিশিগন্ধা তালুকদাৰৰ "হীমেন্দ্ৰ বৰঠাকুৰৰ নাট্যসম্ভাৰ আৰু আলোচনা" শীৰ্ষক গ্ৰন্থ উন্মোচন ৷

"হীমেন্দ্ৰ বৰঠাকুৰৰ নাট্যসম্ভাৰ আৰু আলোচনা" শীৰ্ষক গ্ৰন্থ মুকলি
author img

By

Published : Mar 31, 2019, 9:51 PM IST

গুৱাহাটী, 31 মাৰ্চঃ দেওবাৰে সাহিত্য সভা ভৱনৰ নেহা আগৰৱালা প্ৰেক্ষাগৃহত উন্মোচন কৰা হয় ডা: নিশিগন্ধা তালুকদাৰৰ "হীমেন্দ্ৰ বৰঠাকুৰৰ নাট্যসম্ভাৰ আৰু আলোচনা" শীৰ্ষক গ্ৰন্থখন ৷ ডা: সীতানাথ লহকৰৰ সভাপতিত্বত অনুষ্ঠিত এই গ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট সাংবাদিক দিলীপ চন্দনে ৷গ্ৰন্থ উন্মোচনী সভাতসাহিত্য সভাৰ সভাপতি ড৹পৰমানন্দ ৰাজবংশী, ড৹ পোনা মহন্তকে ধৰিবহুকেইগৰাকী ব্যক্তি উপস্থিত থাকে ৷

"হীমেন্দ্ৰ বৰঠাকুৰৰ নাট্যসম্ভাৰ আৰু আলোচনা" শীৰ্ষক গ্ৰন্থ মুকলি

উল্লেখ্য যে, গল্প,নাট্য গৱেষক হিচাপে প্ৰতিষ্ঠা লাভ কৰা ডা: নিশিগন্ধা তালুকদাৰে ইয়াৰ পূৰ্বেও কেইবাখনো গ্ৰন্থ লিখি বহুলভাৱে জনপ্ৰিয়তা লাভ কৰিছে ৷

দেওবাৰে সাহিত্য সভা ভৱনৰ নেহা আগৰৱালা প্ৰেক্ষাগৃহত উন্মোচন কৰা হয় ডা: নিশিগন্ধা তালুকদাৰৰ হীমেন্দ্ৰ বৰঠাকুৰৰ নাট্যসম্ভাৰ আৰু আলোচনা শীৰ্ষক এক গ্ৰন্থ ৷ ডা: সীতানাথ লহকৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই গ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰিলে বিশিষ্ট সাংবাদিক দিলীপ চন্দনে ৷ গ্ৰন্থ উন্মোচনী সভাত সাহিত্য সভাৰ সভাপতি ড৹পৰমানন্দ ৰাজবংশী,ড৹ পোনা মহন্তকে আদি কৰি বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকে ৷ উল্লেখ্য যে গল্প,নাট্য গৱেষক হিচাপে প্ৰতিষ্ঠা লাভ কৰা ডা: নিশিগন্ধা তালুকদাৰে ইয়াৰ পূৰ্বেও কেইবাখনো গ্ৰন্থ লিখি বহুল ভাৱে জনপ্ৰিয় হৈছে ৷

Lipika deka...guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.