ETV Bharat / state

ক্ৰমাৎ পৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি

এই পৰ্যন্ত বানত বুৰ গৈ আছে 47 টা ৰাজহ চক্ৰ ৷ আনহাতে বানৰ কবলত পৰা গাঁৱৰ সংখ্যা পূৰ্বতকৈ কিছু হ্ৰাস পাইছে ৷ সোমবাৰলৈ বানৰ কবলত বুৰ গৈ থকা গাঁৱৰ সংখ্যা 991 খন ৷ বানৰ সমান্তৰালকৈ ৰাজ্যত অব্যাহত আছে গৰাখহনীয়াৰ তাণ্ডৱ ৷

author img

By

Published : Aug 3, 2020, 1:09 PM IST

ASSAM FLOOD
ক্ৰমাৎ পৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি

নিউজ ডেস্ক, 3 আগষ্টঃ সংহাৰী বানৰ ফলত ৰাজ্যত মৃতকৰ সংখ্যা 110 গৰাকীলৈ বৃদ্ধি পাইছে ৷ কিন্তু ক্ৰমাৎ হ্ৰাস পাইছে বানাক্ৰান্তৰ সংখ্যা ৷ সোমবাৰলৈ 7,89,032 গৰাকী লোক বানত আক্ৰান্ত ৷ আনহাতে, মুঠ 19 খন জিলা বৰ্তমানেও বানত আক্ৰান্ত হৈ আছে ৷ আক্ৰান্ত জিলাসমূহ হৈছে ধেমাজি, লখিমপুৰ, বিশ্বনাথ, বাক্সা, নলবাৰী, বৰপেটা, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, কামৰূপ, কামৰূপ মেট্ৰ', মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰ ৷

ক্ৰমাৎ পৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি

লগতে পঢ়কঃ বানত প্ৰাণ হেৰুৱালে 110 গৰাকীয়ে

কিন্তু এই পৰ্যন্ত বানত বুৰ গৈ আছে 47 টা ৰাজহ চক্ৰ ৷ আনহাতে বানৰ কবলত পৰা গাঁৱৰ সংখ্যা পূৰ্বতকৈ কিছু হ্ৰাস পাইছে ৷ সোমবাৰলৈ বানৰ কবলত বুৰ গৈ থকা গাঁৱৰ সংখ্যা 991 খন ৷ বানৰ সমান্তৰালকৈ ৰাজ্যত অব্যাহত আছে গৰাখহনীয়াৰ তাণ্ডৱ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.