ETV Bharat / state

পৰিবহণ আয়ুক্ত সচিবৰ কাৰ্যালয়ত গাড়ী চালকৰ প্ৰতিবাদ - বৰাক উপত্যকা

বহিঃৰাজ্যত নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত বৃহস্পতিবাৰে পৰিবহণ আয়ুক্ত সচিবৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে অসমৰ গাড়ী চালকসকলে ৷

Driver protest
Driver protest
author img

By

Published : Sep 11, 2020, 10:44 AM IST

Updated : Sep 11, 2020, 2:07 PM IST

গুৱাহাটী, 11 ছেপ্টেম্বৰ : বহিঃৰাজ্যত বিভিন্ন ধৰণৰ নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে অসমৰ গাড়ী চালক সকলৰ একাংশ ৷ বিশেষকৈ মেঘালয়ত বিভিন্ন সমস্যাত পৰে গাড়ী চালক সকল ৷ মেঘালয় হৈ বৰাক উপত্যকালৈ গ’লেও বাধা দিয়ে মেঘালয় প্ৰশাসনে ৷ ফলত আৰ্থিক সমস্যাত পৰিছে গাড়ী চালকসকল ৷

পৰিবহণ আয়ুক্ত সচিবৰ কাৰ্যালয়ত গাড়ী চালকৰ প্ৰতিবাদ

সেয়ে বৃহস্পতিবাৰে পৰিবহণ আয়ুক্ত সচিবৰ কাৰ্যালয়ৰ সন্মুখত চালকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ চালকসকলৰ দাবী বহিঃৰাজ্যত নিৰাপত্তা সুনিশ্চিত কৰক অসমৰ গাড়ীচালকৰ ৷ লকডাউন শিথিল কৰাৰ পাচতো কিয় মেঘালয় চৰকাৰে এনে বৈষম্যমূলক আচৰণ কৰিছে বুলিও প্ৰশ্ন তোলে চালকসকলে ৷ পৰিবহন আয়ুুক্ত সচিবক সমগ্ৰ ঘটনাৰ এক উচিত বিচাৰ কৰাৰ বাবে চালকসকলে দাবী তুলিছে ৷

লগতে পঢ়ক : ইটিভি ভাৰতৰ সাংবাদিক হিৰুল হকলৈ ক'ভিড যোদ্ধাৰ সন্মান

Last Updated : Sep 11, 2020, 2:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.