ETV Bharat / state

ৰাজ্যৰ শেহতীয়া ক’ভিড-19ৰ তথ্য ...

ৰাজ্যত ক’ৰণাত আক্ৰান্তৰ সংখ্যাই দুইলক্ষাধিক অতিক্ৰম কৰিলে ৷ এই মহামাৰীৰ প্ৰতিষেধক ভেকছিন আবিস্কাৰ নোহাৱা লৈকে সকলোকে সজাগ সচেতন হৈ থাকিবলৈ দেশৰ প্ৰধান মন্ত্ৰীয়ে আহ্বান জনোৱা দেখা গৈছে ৷

ASSAM COVID UPDATE
ৰাজ্যৰ শেহতীয়া ক’ভিড-19ৰ তথ্য ....
author img

By

Published : Oct 22, 2020, 4:22 PM IST

নিউজ ডেস্ক,22 অক্টোবৰঃ ৰাজ্যত মহামাৰী ক’ৰণাত আক্ৰান্তৰ সংখ্যাই 2,02774 অতিক্ৰম কৰিলে ৷ সম্প্ৰতি ৰাজ্যত 1,76075 গৰাকীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ত 25,807 গৰাকী ক’ভিড আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে ৷

  • #AssamCovidUpdate

    🙁 7⃣0⃣1⃣ Cases detected out of 42452 tests conducted, with a positivity rate of 1.65%.

    Kamrup M- 147

    🙂 1⃣6⃣6⃣4⃣ patients discharged.

    ↗️Total cases- 202774

    ▶️ Recovered- 86.83%
    ▶️ Active cases- 12.72%
    ▶️ Deaths- 0.44%

    8:55 PM/ Oct 21#StayHomeStaySafe pic.twitter.com/POMPCfzfQL

    — Himanta Biswa Sarma (@himantabiswa) October 21, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখযোগ্য যে, মহামাৰী ক’ৰণাত আক্ৰান্ত হৈ ৰাজ্যত 889 গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছে ৷ সম্প্ৰতি ৰাজ্যত ক’ৰণাত আক্ৰান্তৰ হাৰ হৈছে 12.72% আৰু সুস্থ হোৱাৰ হাৰ হৈছে 86.83% আৰু মৃত্যুৰ হাৰ হৈছে 0.44 শতাংশ ৷

আনহাতে ৰাজ্য চৰকাৰে ক’ভিড প্ৰটক’ল, সামাজিক দুৰত্ব, মাস্ক পৰিধান কৰি সকলো নীতি নিয়ম পালন কৰিবলৈ আহ্ৱান জনাই অহা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়কঃ সীমা বিবাদ : মিজোৰামৰ বিজেপি ৰাজ্যিক সভাপতিৰ বিতৰ্কিত মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.