নিউজ ডেস্ক, 2 অক্টোবৰ: গান্ধীজীৰ 150তম জন্ম জয়ন্তীক লৈ E TV BHARATৰ দ্বাৰা নিৰ্মাণ কৰা ভিডিঅ'টো টুইট কৰিলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
উল্লেখ্য যে, গান্ধীজীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আগবঢ়াই ভাৰতৰ 13 টা ভাষাত নিৰ্মাণ কৰা এই ভিডিঅ'টো মুকলি কৰিছিল পদ্মবিভূষণ ৰামোজী ৰাওৱে ৷ অসমৰ পৰা এই গানটোত কন্ঠদান কৰিছে বিশিষ্ট কন্ঠশিল্পী পুলক বেনাৰ্জীয়ে ৷