ETV Bharat / state

NRLৰ ভৱিষ্যৎ সম্পৰ্কে কেন্দ্ৰলৈ পত্ৰ সোণোৱালৰ

author img

By

Published : Oct 15, 2019, 3:55 AM IST

নুমলীগড় শোধনাগাৰ ব্যক্তিগত খণ্ডক গতাই দিবলৈ কেন্দ্ৰীয় চৰকাৰে কৰা সিদ্ধান্তক লৈ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জৰুৰী পত্ৰ প্ৰেৰণ কৰে কেন্দ্ৰীয় চৰকাৰলৈ ৷

NRLৰ ভৱিষ্যৎ সম্পৰ্কে কেন্দ্ৰলৈ পত্ৰ সোণোৱালৰ

গুৱাহাটী, 14 অক্টোবৰঃ নুমলীগড় শোধনাগাৰ ব্যক্তিগত খণ্ডক গতাই দিবলৈ কেন্দ্ৰীয় চৰকাৰে কৰা সিদ্ধান্তক লৈ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উদ্বিগ্নতা প্ৰকাশ ৷ ঐতিহাসিক অসম চুক্তিৰ আধাৰত স্থাপিত নুমলীগড় শোধনাগাৰৰ সৰ্বাধিক অংশীদাৰিত্ব থকা ব্যক্তিগত খণ্ড ভাৰত পেট্ৰ'লিয়াম কৰ্প'ৰেছন লিমিটেডক চমজাই দিবলৈ লোৱা বাতৰি প্ৰকাশৰ পিছতে মুখ্যমন্ত্ৰী সোণোৱালে সোমবাৰে এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰে কেন্দ্ৰীয় চৰকাৰলৈ ৷ পত্ৰখনত সোণোৱালে কেন্দ্ৰৰ পৰা জানিব বিচাৰে নুমলীগড় শোধনাগাৰ ব্যক্তিগতকৰণৰ বাবে কেন্দ্ৰই সচাঁকৈ চিন্তাচৰ্চা কৰিছে নেকি?

Intro:গুৱাহাটী, ১৪ অক্টোবৰঃ ঐতিহাসিক অসম চুক্তিৰ আধাৰত স্থাপিত নুমলীগড় শোধনাগাৰ ব্যক্তিগত খণ্ডক গতাই দিবলৈ কেন্দ্ৰীয় চৰকাৰে চিন্তা চৰ্চা আৰম্ভ কৰাৰ কথা পোহৰলৈ অহাৰ পিছত বিষয়টোক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।Body:ইতিমধ্যে নুমলীগড় শোধনাগাৰৰ সৰ্বাধিক অংশদাৰিত্ব থকা ভাৰত পেট্ৰ'লিয়াম কৰ্প'ৰেছন লিমিটেড ( বি পি চি এল ) ক ব্যক্তিগত খণ্ডক চমজাই দিবলৈ কেন্দ্ৰ সাজু হৈছে বুলি বাতৰি প্ৰকাশ পোৱাৰ পিছতে মুখ্যমন্ত্ৰী সোণোৱালে সোমবাৰে এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰে কেন্দ্ৰীয় চৰকাৰলৈ।Conclusion:পত্ৰখনত সোণোৱালে কেন্দ্ৰৰ পৰা জানিব বিচাৰে নুমলীগড় শোধনাগাৰ ব্যক্তিগতকৰণৰ বাবে কেন্দ্ৰই সচাঁকৈ চিন্তাচৰ্চা কৰিছে নেকি ?
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.