- লাচিত দিৱসৰ কাৰ্যসূচীৰ মাজতে দিল্লীত অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক (Assam cabinet meeting in Delhi)
- মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব বৈঠক
- বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ সন্দৰ্ভত কৰা হ’ব আলোচনা
- বিয়লি 3 বজাত অনুষ্ঠিত হ’ব এই গুৰুত্বপূৰ্ণ বৈঠকখন
- অসম-মেঘালয় সীমান্তৰ ঘটনাৰ সন্দৰ্ভত কৰা হ’ব আলোচনা (Assam Meghalaya Conflict)