ETV Bharat / state

কামাখ্যাত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি শিৱৰাজ সিং চৌহান

কামাখ্যা ধামত উপস্থিত হয় মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টি ৰাষ্ট্ৰীয় উপ-সভাপতি শিৱৰাজ সিং চৌহান। মা কামাখ্যা ধামলৈ আহি প্ৰথমে মাৰ আশীষ লয় ৰাষ্ট্ৰীয় উপ-সভাপতিগৰাকীয়ে। সমাজত শান্তি সম্প্ৰীতি অটুট থকাৰ উদ্দেশ্যে মাৰ ওচৰত প্ৰাৰ্থনা কৰে শিৱৰাজ সিং চৌহানে।

author img

By

Published : Aug 2, 2019, 2:04 PM IST

কামাখ্যাত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি শিৱৰাজ সিং চৌহান
  • কামাখ্যা ধামত উপস্থিত মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় উপসভাপতি শিৱৰাজ সিং চৌহান
  • প্ৰথমে মা কামখ্যাৰ আশীষ লয় ৰাষ্ট্ৰীয় উপ- সভাপতিগৰাকীয়ে
  • বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা নেতা গৰাকীৰ
    কামাখ্যাত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি শিৱৰাজ সিং চৌহান
  • ভূৱেনেশ্বৰ মন্দিৰো দৰ্শন কৰে নেতাজনে
  • মন্দিৰ চৌহদত গছপুলি ৰোপন কৰে শিৱৰাজ সিং চৌহানে

Intro:শুকুৰবাৰে পুৱাই কামাখ্যা ধামত উপস্থিত হয় মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টি ৰাষ্ট্ৰীয় উপ-সভাপতি শিৱৰাজ সিং চৌহান। মা কামাখ্যা ধামলৈ আহি প্ৰথমে মাৰ আশীষ লয় ৰাষ্ট্ৰীয় উপ- সভাপতিগৰাকীয়ে। সমাজত শান্তি সম্প্ৰীতি অটুট থকাৰ উদ্দেশ্যে মাৰ ওচৰত প্ৰাৰ্থনা কৰে শিৱৰাজ সিং চৌহানে। ইফালে মাৰ আশীষ লৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকী উপস্থিত হয় ভূৱেনেশ্বৰ মন্দিৰত। মন্দিৰ চৌহদত গছপুলি ৰোপন কৰে শিৱৰাজ সিং চৌহানে। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.