ETV Bharat / state

126টা সমষ্টিত কোন, ক'ত জিকিল...

author img

By

Published : May 3, 2021, 7:02 AM IST

Updated : May 3, 2021, 11:02 AM IST

দেওবাৰে পুৱা 8বজাৰ পৰা আৰম্ভ হৈছিল  2021ৰ অসম বিধান সভা নিৰ্বাচনৰ ভোটগণনা ভোটগণনা প্ৰক্ৰিয়া ৷ ৰাজ্যত পুনৰ শাসনৰ বাঘজৰী ল’বলৈ প্ৰস্তুত হৈছে বিজেপি মিত্ৰজোঁট চৰকাৰে ৷

১২৬ সমষ্টিত কোন, ক'ত জিকিল...
১২৬ সমষ্টিত কোন, ক'ত জিকিল...

গুৱাহাটী,3 এপ্ৰিল: দেওবাৰে পুৱা 8বজাৰ পৰা আৰম্ভ হৈছিল 2021ৰ অসম বিধান সভা নিৰ্বাচনৰ ভোটগণনা ভোটগণনা প্ৰক্ৰিয়া ৷ ৰাজ্যত পুনৰ শাসনৰ বাঘজৰী ল’বলৈ প্ৰস্তুত হৈছে বিজেপি মিত্ৰজোঁট চৰকাৰে ৷

উল্লেখ্য যে, ৰাজ্যৰ 126খন আসনৰ বাবে হোৱা অসম বিধান সভাৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সকলৰ লগতে জয়ী হৈছে বিভিন্ন দলৰ প্ৰাৰ্থী সকল ৷ তেওঁলোকৰ ভিতৰত

ভাৰতীয় জনতা পাৰ্টিৰ বিজয়ী প্ৰাৰ্থী সকল হৈছে-

১) ৰাতাবাৰী সমষ্টিত বিজয় মালাকাৰ

২) পাথাৰকান্দি সমষ্টিত কৃষ্ণেন্দু পাল

৩) শিলচৰ সমষ্টিত দ্বিপায়ন চক্ৰৱৰ্তী

৪) ঢলাই সমষ্টিত পৰিমল শুক্লবৈদ্য

৫) উদাৰবন্দ সমষ্টিত মিহিৰকান্তি ছুম

৬) লক্ষীপুৰ সমষ্টিত কৌশিক ৰায়

৭) হাফলং সমষ্টিত নন্দিতা গাৰ্লোছা

৮) বোকাজান সমষ্টিত নোমল মোমিন

৯) হাওৰাঘাট সমষ্টিত দৰছিং ৰংহাং

১০) ডিফু সমষ্টিত বিদ্যাসিং ইংলেং

১১) বৈঠালাংছ' সমষ্টিত ৰূপছিং টেৰণ

১২) বিজনী সমষ্টিত অজয় কুমাৰ ৰয়

১৩) পাটাছাৰকুছি সমষ্টিত ৰঞ্জিত দাস

১৪) পলাশবাৰী সমষ্টিত হেমাংগ ঠাকুৰীয়া

১৫) জালুকবাৰী সমষ্টিত হিমন্ত বিশ্ব শৰ্মা

১৬) দিছপুৰ সমষ্টিত অতুল বৰা

১৭) গুৱাহাটী(পূঃ) সমষ্টিত সিদ্ধাৰ্থ ভট্টাচাৰ্য

১৮) হাজো সমষ্টিত সুমন হৰিপ্ৰিয়া

১৯) কমলপুৰ সমষ্টিত দিগন্ত কলিতা

২০) ৰঙিয়া সমষ্টিত ভৱেশ কলিতা

২১) নলবাৰী সমষ্টিত জয়ন্ত মল্ল বৰুৱা

২২) ধৰ্মপুৰ সমষ্টিত চন্দ্ৰমোহন পাটোৱাৰী

২৩) ছিপাঝাৰ সমষ্টিত পৰমানন্দ ৰাজবংশী

২৪) ঢেকীয়াজুলি সমষ্টিত অশোক সিংঘাল

২৫) বৰছলা সমষ্টিত গণেশ লিম্বু

২৬) ৰঙাপাৰা সমষ্টিত কৃষ্ণকমল তাঁতী

২৭) চতিয়া সমষ্টিত পদ্ম হাজৰিকা

২৮) বিশ্বনাথ সমষ্টিত প্ৰমোদ বৰঠাকুৰ

২৯) বিহালী সমষ্টিত ৰঞ্জিত দত্ত

৩০) গহপুৰ অমিয় কুমাৰ ভূঞা

৩১) জাগীৰোড সমষ্টিত পীয়ুষ হাজৰিকা

৩২) মৰিগাঁও সমষ্টিত ৰমাকান্ত দেউৰী

৩৩) নগাঁও সমষ্টিত ৰূপক শৰ্মা

৩৪) বঢ়মপুৰ সমষ্টিত জিতু গোস্বামী

৩৫) হোজাই সমষ্টিত ৰামকৃষ্ণ ঘোষ

৩৬) লামডিং সমষ্টিত শিবু মিশ্ৰ

৩৭) সৰুপথাৰ সমষ্টিত বিশ্বজিত ফুকন

৩৮) গোলাঘাট সমষ্টিত অজন্তা নেওগ

৩৯) খুমটাই সমষ্টিত মৃণাল শইকীয়া

৪০) মাহমৰা সমষ্টিত যোগেন মহন

৪১) সোণাৰি সমষ্টিত ধৰ্মেশ্বৰ কোঁৱৰ

৪২) বিহপুৰীয়া সমষ্টিত অমিয় কুমাৰ ভূঞা

৪৩) লখিমপুৰ সমষ্টিত মানৱ ডেকা

৪৪) ঢকুৱাখনা সমষ্টিত নৱ দ'লে

৪৫) ধেমাজি সমষ্টিত ৰণোজ পেগু

৪৬) জোনাই সমষ্টিত ভূবন পেগু

৪৭) মৰাণ সমষ্টিত চক্ৰধৰ গগৈ

৪৮) ডিব্ৰুগড় সমষ্টিত প্ৰশান্ত ফুকন

৪৯) লাহোৱাল সমষ্টিত বিনোদ হাজৰিকা

৫০) দুলীয়াজান সমষ্টিত তেৰছ গোৱালা

৫১) টিংখাং সমষ্টিত বিমল বৰা

৫২) নাহৰকটীয়া সমষ্টিত তৰংগ গগৈ

৫৩) তিনিচুকীয়া সমষ্টিত সঞ্জয় কিষাণ

৫৪) ডিগবৈ সমষ্টিত সুৰেন ফুকন

৫৫) মাৰ্ঘেৰিটা সমষ্টিত ভাস্কৰ শৰ্মা

৫৬) ডুমডুমা সমষ্টিত ৰূপেশ গোৱালা

৫৭) শদিয়া সমষ্টিত বলীন চেতিয়া

৫৮) যোৰহাট সমষ্টিত হিতেন্দ্ৰনাথ গোস্বামী

৫৯) মাজুলী সমষ্টিত সৰ্বানন্দ সোণোৱাল আৰু

৬০) পানেৰী সমষ্টিত বিশ্বজিত দৈমাৰী ৷

ইফালে কংগ্ৰেছ দলৰ বিজয়ী প্ৰাৰ্থীসকল হৈছে-

১) কৰিমগঞ্জ(উত্তৰ) সমষ্টিত কমলাক্ষ দে পুৰকায়স্থ

২) কৰিমগঞ্জ(দঃ) সমষ্টিত ছিদ্দিক আহমেদ

৩) বৰখলা সমষ্টিত মিছবাহুল ইছলাম লস্কৰ

৪) কাটিগড়া সমষ্টিত খলিলুদ্দিন বৰভূঞা

৫) দক্ষিণ শালামাৰা সমষ্টিত ৱাজেদ আলী চৌধুৰী

৬) গোলকগঞ্জ সমষ্টিত আব্দুছ সোবাহান আলী সৰকাৰ

৭) অভয়াপুৰী(উত্তৰ) সমষ্টিত আব্দুল বাতেন খণ্ডকাৰ

৮) অভয়াপুৰী(দক্ষিণ) সমষ্টিত প্ৰদীপ সৰকাৰ

৯) দুধনৈ সমষ্টিত যাদৱ স্বৰ্গীয়াৰী

১০) গোৱালপাৰা(পূঃ) সমষ্টিত আবুল কালাম ৰশিদ আলম

১১) গোৱালপাৰা(পশ্চিম) সমষ্টিত আব্দুৰ ৰশিদ মণ্ডল

১২) জলেশ্বৰ সমষ্টিত আফতাবুদ্দিন মোল্লা

১৩) বৰপেটা সমষ্টিত আব্দুৰ ৰহিম আহমেদ

১৪) বাঘবৰ সমষ্টিত শ্বেৰমান আলী

১৫) সৰুক্ষেত্ৰী সমষ্টিত জাকিৰ হুছেইন সিকদাৰ

১৬) বকো সমষ্টিত নন্দিতা দাস

১৭) ছয়গাঁও সমষ্টিত ৰেকিবুদ্দিন আহমেদ

১৮) বৰক্ষেত্ৰী সমষ্টিত দিগন্ত বৰ্মন

১৯) মঙলদৈ সমষ্টিত বসন্ত দাস

২০) বটদ্ৰৱা সমষ্টিত শিৱামণি বৰা

২১) লাহৰিঘাট সমষ্টিত আছিফ মহম্মদ নাজাৰ

২২) ৰহা সমষ্টিত শশীকান্ত দাস

২৩) ৰূপহীহাট সমষ্টিত নুৰুল হুদা

২৪) চামগুৰি সমষ্টিত ৰকিবুল হুছেইন

২৫) তিতাবৰ সমষ্টিত ভাস্কৰজ্যোতি বৰুৱা

২৬) মৰিয়নী সমষ্টিত ৰূপজ্যোতি কুৰ্মী

২৭) নাজিৰা সমষ্টিত দেৱব্ৰত শইকীয়া

২৮) থাওৰা সমষ্টিত সুশান্ত বৰগোঁহাই আৰু

২৯) নাওবৈচা সমষ্টিত ভৰত নৰহ ৷

আনহাতে, এজিপি দলৰ বিজয়ী প্ৰাৰ্থীসকল হৈছে-

১) তেজপুৰ সমষ্টিত পৃথ্বীৰাজ ৰাভা

২) কলিয়াবৰ সমষ্টিত কেশৱ মহন্ত

৩) বোকাখাত সমষ্টিত অতুল বৰা

৪) দেৰগাঁও সমষ্টিত ভৱেন ভড়ালী

৫) বঙাইগাঁও সমষ্টিত ফণীভূষণ চৌধুৰী

৬) গুৱাহাটী(পশ্চিম) সমষ্টিত ৰমেন্দ্ৰ নাৰায়ণ কলিতা

৭) টীয়ক সমষ্টিত ৰেণুপমা ৰাজখোৱা

৮) আমগুৰি সমষ্টিত প্ৰদীপ হাজৰিকা আৰু

৯) চাবুৱা সমষ্টিত পোণাকন বৰুৱা ৷

AIUDF দলৰ বিজয়ী প্ৰাৰ্থীসকল হৈছে-

১) বদৰপুৰ সমষ্টিত আব্দুল আজিজ

২) হাইলাকান্দি সমষ্টিত জাকিৰ হুছেইন লস্কৰ

৩) কাটলিচেৰা সমষ্টিত ছজামুদ্দিন লস্কৰ

৪) আলগাপুৰ সমষ্টিত নিজামুদ্দিন চৌধুৰী

৫) সোণাই সমষ্টিত কৰিম উদ্দিন বৰভূঞা

৬) মানকাচৰ সমষ্টিত আমিনুল ইছলাম

৭) ধুবুৰী সমষ্টিত নজৰুল হক

৮) গৌৰিপুৰ সমষ্টিত মিজানুৰ ৰহমান

৯) বিলাসীপাৰা (পশ্চিম) সমষ্টিত হাফিজ বছিৰ কাছিমী

১০) বিলাসীপাৰা(পূঃ) সমষ্টিত ছামছুল হুদা

১১) ভৱানীপুৰ সমষ্টিত ফণী তালুকদাৰ

১২) জনীয়া সমষ্টিত হাফিজ ৰফিুকুল ইছলাম

১৩) চেঙা সমষ্টিত আশ্ৰাফুল হুছেইন

১৪) দলগাঁও সমষ্টিত মজিবুৰ ৰহমান

১৫) ধিং সমষ্টিত আমিনুল ইছলাম আৰু

১৬) যমুনামুখ সমষ্টিত ছিৰাজুদ্দিন আজমল ৷

BPF দলৰ বিজয়ী প্ৰাৰ্থীসকল হৈছে-

১) গোসাঁইগাঁও সমষ্টিত মাজেন্দ্ৰ নাৰ্জাৰী

২) কোকৰাঝাৰ(পশ্চিম) সমষ্টিত ৰবিৰাম নাৰ্জাৰী

৩) কলাইগাঁও সমষ্টিত দুৰ্গাদাস বড়ো আৰু

৪) মাজবাট সমষ্টিত চৰণ বড়ো ৷

UPPL দলৰ বিজয়ী প্ৰাৰ্থীসকল হৈছে-

১) কোকাৰাঝাৰ(পূঃ) সমষ্টিত লৰেন্স ইছলাৰী

২) ছিদলি সমষ্টিত জয়ন্ত বসুমতাৰী

৩) তামুলপুৰ সমষ্টিত লেহোৰাম বড়ো

৪) বৰমা সমষ্টিত ভূপেন বড়ো

৫) চাপাগুৰি সমষ্টিত ইউ জি ব্ৰহ্ম

৬) ওদালগুৰি সমষ্টিত গোবিন্দ বসুমতাৰী

CPI(M) দলৰ বিজয়ী প্ৰাৰ্থী হৈছে-

১) সৰভোগ সমষ্টিত মনোৰঞ্জন তালুকদাৰ

ৰাইজৰ দল দলৰ বিজয়ী প্ৰাৰ্থী হৈছে-

১) শিৱসাগৰ সমষ্টিত অখিল গগৈ ৷

লগতে পঢ়ক: কাৰাগাৰৰ পৰা দিছপুৰলৈ...

গুৱাহাটী,3 এপ্ৰিল: দেওবাৰে পুৱা 8বজাৰ পৰা আৰম্ভ হৈছিল 2021ৰ অসম বিধান সভা নিৰ্বাচনৰ ভোটগণনা ভোটগণনা প্ৰক্ৰিয়া ৷ ৰাজ্যত পুনৰ শাসনৰ বাঘজৰী ল’বলৈ প্ৰস্তুত হৈছে বিজেপি মিত্ৰজোঁট চৰকাৰে ৷

উল্লেখ্য যে, ৰাজ্যৰ 126খন আসনৰ বাবে হোৱা অসম বিধান সভাৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সকলৰ লগতে জয়ী হৈছে বিভিন্ন দলৰ প্ৰাৰ্থী সকল ৷ তেওঁলোকৰ ভিতৰত

ভাৰতীয় জনতা পাৰ্টিৰ বিজয়ী প্ৰাৰ্থী সকল হৈছে-

১) ৰাতাবাৰী সমষ্টিত বিজয় মালাকাৰ

২) পাথাৰকান্দি সমষ্টিত কৃষ্ণেন্দু পাল

৩) শিলচৰ সমষ্টিত দ্বিপায়ন চক্ৰৱৰ্তী

৪) ঢলাই সমষ্টিত পৰিমল শুক্লবৈদ্য

৫) উদাৰবন্দ সমষ্টিত মিহিৰকান্তি ছুম

৬) লক্ষীপুৰ সমষ্টিত কৌশিক ৰায়

৭) হাফলং সমষ্টিত নন্দিতা গাৰ্লোছা

৮) বোকাজান সমষ্টিত নোমল মোমিন

৯) হাওৰাঘাট সমষ্টিত দৰছিং ৰংহাং

১০) ডিফু সমষ্টিত বিদ্যাসিং ইংলেং

১১) বৈঠালাংছ' সমষ্টিত ৰূপছিং টেৰণ

১২) বিজনী সমষ্টিত অজয় কুমাৰ ৰয়

১৩) পাটাছাৰকুছি সমষ্টিত ৰঞ্জিত দাস

১৪) পলাশবাৰী সমষ্টিত হেমাংগ ঠাকুৰীয়া

১৫) জালুকবাৰী সমষ্টিত হিমন্ত বিশ্ব শৰ্মা

১৬) দিছপুৰ সমষ্টিত অতুল বৰা

১৭) গুৱাহাটী(পূঃ) সমষ্টিত সিদ্ধাৰ্থ ভট্টাচাৰ্য

১৮) হাজো সমষ্টিত সুমন হৰিপ্ৰিয়া

১৯) কমলপুৰ সমষ্টিত দিগন্ত কলিতা

২০) ৰঙিয়া সমষ্টিত ভৱেশ কলিতা

২১) নলবাৰী সমষ্টিত জয়ন্ত মল্ল বৰুৱা

২২) ধৰ্মপুৰ সমষ্টিত চন্দ্ৰমোহন পাটোৱাৰী

২৩) ছিপাঝাৰ সমষ্টিত পৰমানন্দ ৰাজবংশী

২৪) ঢেকীয়াজুলি সমষ্টিত অশোক সিংঘাল

২৫) বৰছলা সমষ্টিত গণেশ লিম্বু

২৬) ৰঙাপাৰা সমষ্টিত কৃষ্ণকমল তাঁতী

২৭) চতিয়া সমষ্টিত পদ্ম হাজৰিকা

২৮) বিশ্বনাথ সমষ্টিত প্ৰমোদ বৰঠাকুৰ

২৯) বিহালী সমষ্টিত ৰঞ্জিত দত্ত

৩০) গহপুৰ অমিয় কুমাৰ ভূঞা

৩১) জাগীৰোড সমষ্টিত পীয়ুষ হাজৰিকা

৩২) মৰিগাঁও সমষ্টিত ৰমাকান্ত দেউৰী

৩৩) নগাঁও সমষ্টিত ৰূপক শৰ্মা

৩৪) বঢ়মপুৰ সমষ্টিত জিতু গোস্বামী

৩৫) হোজাই সমষ্টিত ৰামকৃষ্ণ ঘোষ

৩৬) লামডিং সমষ্টিত শিবু মিশ্ৰ

৩৭) সৰুপথাৰ সমষ্টিত বিশ্বজিত ফুকন

৩৮) গোলাঘাট সমষ্টিত অজন্তা নেওগ

৩৯) খুমটাই সমষ্টিত মৃণাল শইকীয়া

৪০) মাহমৰা সমষ্টিত যোগেন মহন

৪১) সোণাৰি সমষ্টিত ধৰ্মেশ্বৰ কোঁৱৰ

৪২) বিহপুৰীয়া সমষ্টিত অমিয় কুমাৰ ভূঞা

৪৩) লখিমপুৰ সমষ্টিত মানৱ ডেকা

৪৪) ঢকুৱাখনা সমষ্টিত নৱ দ'লে

৪৫) ধেমাজি সমষ্টিত ৰণোজ পেগু

৪৬) জোনাই সমষ্টিত ভূবন পেগু

৪৭) মৰাণ সমষ্টিত চক্ৰধৰ গগৈ

৪৮) ডিব্ৰুগড় সমষ্টিত প্ৰশান্ত ফুকন

৪৯) লাহোৱাল সমষ্টিত বিনোদ হাজৰিকা

৫০) দুলীয়াজান সমষ্টিত তেৰছ গোৱালা

৫১) টিংখাং সমষ্টিত বিমল বৰা

৫২) নাহৰকটীয়া সমষ্টিত তৰংগ গগৈ

৫৩) তিনিচুকীয়া সমষ্টিত সঞ্জয় কিষাণ

৫৪) ডিগবৈ সমষ্টিত সুৰেন ফুকন

৫৫) মাৰ্ঘেৰিটা সমষ্টিত ভাস্কৰ শৰ্মা

৫৬) ডুমডুমা সমষ্টিত ৰূপেশ গোৱালা

৫৭) শদিয়া সমষ্টিত বলীন চেতিয়া

৫৮) যোৰহাট সমষ্টিত হিতেন্দ্ৰনাথ গোস্বামী

৫৯) মাজুলী সমষ্টিত সৰ্বানন্দ সোণোৱাল আৰু

৬০) পানেৰী সমষ্টিত বিশ্বজিত দৈমাৰী ৷

ইফালে কংগ্ৰেছ দলৰ বিজয়ী প্ৰাৰ্থীসকল হৈছে-

১) কৰিমগঞ্জ(উত্তৰ) সমষ্টিত কমলাক্ষ দে পুৰকায়স্থ

২) কৰিমগঞ্জ(দঃ) সমষ্টিত ছিদ্দিক আহমেদ

৩) বৰখলা সমষ্টিত মিছবাহুল ইছলাম লস্কৰ

৪) কাটিগড়া সমষ্টিত খলিলুদ্দিন বৰভূঞা

৫) দক্ষিণ শালামাৰা সমষ্টিত ৱাজেদ আলী চৌধুৰী

৬) গোলকগঞ্জ সমষ্টিত আব্দুছ সোবাহান আলী সৰকাৰ

৭) অভয়াপুৰী(উত্তৰ) সমষ্টিত আব্দুল বাতেন খণ্ডকাৰ

৮) অভয়াপুৰী(দক্ষিণ) সমষ্টিত প্ৰদীপ সৰকাৰ

৯) দুধনৈ সমষ্টিত যাদৱ স্বৰ্গীয়াৰী

১০) গোৱালপাৰা(পূঃ) সমষ্টিত আবুল কালাম ৰশিদ আলম

১১) গোৱালপাৰা(পশ্চিম) সমষ্টিত আব্দুৰ ৰশিদ মণ্ডল

১২) জলেশ্বৰ সমষ্টিত আফতাবুদ্দিন মোল্লা

১৩) বৰপেটা সমষ্টিত আব্দুৰ ৰহিম আহমেদ

১৪) বাঘবৰ সমষ্টিত শ্বেৰমান আলী

১৫) সৰুক্ষেত্ৰী সমষ্টিত জাকিৰ হুছেইন সিকদাৰ

১৬) বকো সমষ্টিত নন্দিতা দাস

১৭) ছয়গাঁও সমষ্টিত ৰেকিবুদ্দিন আহমেদ

১৮) বৰক্ষেত্ৰী সমষ্টিত দিগন্ত বৰ্মন

১৯) মঙলদৈ সমষ্টিত বসন্ত দাস

২০) বটদ্ৰৱা সমষ্টিত শিৱামণি বৰা

২১) লাহৰিঘাট সমষ্টিত আছিফ মহম্মদ নাজাৰ

২২) ৰহা সমষ্টিত শশীকান্ত দাস

২৩) ৰূপহীহাট সমষ্টিত নুৰুল হুদা

২৪) চামগুৰি সমষ্টিত ৰকিবুল হুছেইন

২৫) তিতাবৰ সমষ্টিত ভাস্কৰজ্যোতি বৰুৱা

২৬) মৰিয়নী সমষ্টিত ৰূপজ্যোতি কুৰ্মী

২৭) নাজিৰা সমষ্টিত দেৱব্ৰত শইকীয়া

২৮) থাওৰা সমষ্টিত সুশান্ত বৰগোঁহাই আৰু

২৯) নাওবৈচা সমষ্টিত ভৰত নৰহ ৷

আনহাতে, এজিপি দলৰ বিজয়ী প্ৰাৰ্থীসকল হৈছে-

১) তেজপুৰ সমষ্টিত পৃথ্বীৰাজ ৰাভা

২) কলিয়াবৰ সমষ্টিত কেশৱ মহন্ত

৩) বোকাখাত সমষ্টিত অতুল বৰা

৪) দেৰগাঁও সমষ্টিত ভৱেন ভড়ালী

৫) বঙাইগাঁও সমষ্টিত ফণীভূষণ চৌধুৰী

৬) গুৱাহাটী(পশ্চিম) সমষ্টিত ৰমেন্দ্ৰ নাৰায়ণ কলিতা

৭) টীয়ক সমষ্টিত ৰেণুপমা ৰাজখোৱা

৮) আমগুৰি সমষ্টিত প্ৰদীপ হাজৰিকা আৰু

৯) চাবুৱা সমষ্টিত পোণাকন বৰুৱা ৷

AIUDF দলৰ বিজয়ী প্ৰাৰ্থীসকল হৈছে-

১) বদৰপুৰ সমষ্টিত আব্দুল আজিজ

২) হাইলাকান্দি সমষ্টিত জাকিৰ হুছেইন লস্কৰ

৩) কাটলিচেৰা সমষ্টিত ছজামুদ্দিন লস্কৰ

৪) আলগাপুৰ সমষ্টিত নিজামুদ্দিন চৌধুৰী

৫) সোণাই সমষ্টিত কৰিম উদ্দিন বৰভূঞা

৬) মানকাচৰ সমষ্টিত আমিনুল ইছলাম

৭) ধুবুৰী সমষ্টিত নজৰুল হক

৮) গৌৰিপুৰ সমষ্টিত মিজানুৰ ৰহমান

৯) বিলাসীপাৰা (পশ্চিম) সমষ্টিত হাফিজ বছিৰ কাছিমী

১০) বিলাসীপাৰা(পূঃ) সমষ্টিত ছামছুল হুদা

১১) ভৱানীপুৰ সমষ্টিত ফণী তালুকদাৰ

১২) জনীয়া সমষ্টিত হাফিজ ৰফিুকুল ইছলাম

১৩) চেঙা সমষ্টিত আশ্ৰাফুল হুছেইন

১৪) দলগাঁও সমষ্টিত মজিবুৰ ৰহমান

১৫) ধিং সমষ্টিত আমিনুল ইছলাম আৰু

১৬) যমুনামুখ সমষ্টিত ছিৰাজুদ্দিন আজমল ৷

BPF দলৰ বিজয়ী প্ৰাৰ্থীসকল হৈছে-

১) গোসাঁইগাঁও সমষ্টিত মাজেন্দ্ৰ নাৰ্জাৰী

২) কোকৰাঝাৰ(পশ্চিম) সমষ্টিত ৰবিৰাম নাৰ্জাৰী

৩) কলাইগাঁও সমষ্টিত দুৰ্গাদাস বড়ো আৰু

৪) মাজবাট সমষ্টিত চৰণ বড়ো ৷

UPPL দলৰ বিজয়ী প্ৰাৰ্থীসকল হৈছে-

১) কোকাৰাঝাৰ(পূঃ) সমষ্টিত লৰেন্স ইছলাৰী

২) ছিদলি সমষ্টিত জয়ন্ত বসুমতাৰী

৩) তামুলপুৰ সমষ্টিত লেহোৰাম বড়ো

৪) বৰমা সমষ্টিত ভূপেন বড়ো

৫) চাপাগুৰি সমষ্টিত ইউ জি ব্ৰহ্ম

৬) ওদালগুৰি সমষ্টিত গোবিন্দ বসুমতাৰী

CPI(M) দলৰ বিজয়ী প্ৰাৰ্থী হৈছে-

১) সৰভোগ সমষ্টিত মনোৰঞ্জন তালুকদাৰ

ৰাইজৰ দল দলৰ বিজয়ী প্ৰাৰ্থী হৈছে-

১) শিৱসাগৰ সমষ্টিত অখিল গগৈ ৷

লগতে পঢ়ক: কাৰাগাৰৰ পৰা দিছপুৰলৈ...

Last Updated : May 3, 2021, 11:02 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.